এই ভিডিঅ’টোত পাঠান ছবিখনৰ বিষয়ে মন্তব্য কৰা হোৱা নাই

যোৱা ২৫ জানুৱাৰীত মুক্তি লাভ কৰা শ্বাহৰুখ খান, দীপিকা পাডুকন অভিনিত পাঠান ছবিখন মুক্তি লাভৰ পূৰ্বৰে পৰা‌ই চৰ্চাত আছে। মুক্তিৰ পিছতো বিভিন্ন ধৰণৰ পোষ্ট চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে ছবিখনৰ সপক্ষে অথবা বিপক্ষে। অলপতে এটা পোষ্ট আমাৰ দৃষ্টিগোচৰ হ’ল য’ত আছিল এটা ভিডিঅ’ আৰু কেপশ্বনত লিখা আছিল এইদৰে “পাঠানত প্ৰিয় অভিনেতাজনৰ অভিনয় চোৱাৰ পাছত […]

Continue Reading

“পাঠান” ছবি সম্পৰ্কে বিবিচিৰ ভাইৰেল টুইটটো ভুৱা

শেহতীয়াকৈ বিবিচি নিউজৰ টুইটাৰৰ এটা স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে য’ত বলীউডৰ অভিনেতা শ্বাহৰুখ খানে পাকিস্তানক দ্বিতীয় ঘৰ বুলি অভিহিত কৰি ঘোষণা কৰিছে যে তেওঁৰ ছবি ‘পাঠান’ৰ প্ৰথম দিনাৰ পৰা পোৱা ধন পাকিস্তানী এন জি অ’ক প্ৰদান কৰা হ’ব। জন আব্ৰাহাম আৰু দীপিকা পাডুকনে শ্বাহৰুখ খানৰ এই সিদ্ধান্তক সমৰ্থন কৰি “বয়ক’ট গেঙ”ৰ প্ৰতি তেওঁলোকৰ […]

Continue Reading

শ্বাহৰুখ খানে লতা মংগেশকাৰৰ নশ্বৰ দেহত থু পেলোৱা নাছিল; তেওঁ মাস্ক খুলি কি কৰিছিল জানি লওক!

ভাৰত ৰত্ন লতা মংগেশকাৰৰ দেওবাৰে ৯২ বছৰ বয়সত মৃত্যু হয় । ক’ৰনা আৰু নিমোনিয়াত আক্ৰান্ত হোৱাৰ পিছত তেওঁক যোৱা এমাহ ধৰি মুম্বাইৰ ব্ৰিজ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া দেওবাৰে সন্ধিয়া অনুষ্ঠিত হৈছিল । প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বলীউডৰ কেইবাজনো তাৰকাই তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছিল ।  অভিনেতা শ্বাহৰুখ খানে ছচিয়েল মিডিয়াত শ্ৰদ্ধাঞ্জলি […]

Continue Reading

FACT CHECK: শ্বাহৰুখ খানৰ এই ভাইৰেল ফটোখন তেওঁৰ পুত্ৰ ড্ৰাগছ কেছত গ্ৰেপ্তাৰ হোৱাৰ পাছৰ নহয়!

বলিউডৰ অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ, আৰিয়ান খান, এক ড্ৰাগছ কেছত গ্ৰেপ্তাৰ হোৱাৰ পাছৰে পৰা অভিনেতাজনৰ বিষয়ে ছ’চিয়েল মিডিয়াত বহুল ভাৱে চৰ্চা চলিব ধৰিছে । এই সম্পৰ্কে বিভিন্ন ফটো তথা দাবী ভাইৰেল হৈ পৰিছে ।  শেহতীয়াকৈ ছোচিয়েল মিডিয়াত  শ্বাহৰুখ খানৰ এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফটোখনত অভিনেতাজনক যথেষ্ট চিন্তিত তথা মানসিক ভাৱে ভাগি পৰা […]

Continue Reading