যোগী আদিত্যনাথে মধুমেহ ৰোগৰ দৰৱৰ প্ৰচাৰ কৰা বুলি দাবী কৰা এই ভিডিঅ’টো সম্পাদনা কৰা হৈছে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মধুমেহ ৰোগৰ দৰৱৰ প্ৰচাৰ কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোৰ থাম্বনেইলত লিখা আছিল, “ভাৰত মে মধুমেহ কি মহামাৰী পৰ বিজয় প্ৰাপ্ত কি গ‌ই হ্যে! মধুমেহ কো অলৱিদা কহে” (ভাৰতত মধুমেহ জয় কৰা হৈছে! মধুমেহৰ পৰা বিদায় লওক)। ভিডিঅ’টোত যোগী আদিত্যনাথে কয় যে এই ঔষধ ভাৰতীয় বিজ্ঞানীয়ে প্ৰস্তুত […]

Continue Reading

ভাইৰেল ক’লাজত যোগী আদিত্যনাথে গৰুৰ প্ৰস্ৰাৱ পান কৰা দেখুওৱা ছবিখন মৰ্ফ কৰা হৈছে

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ দুখন ছবিৰ এটা ক’লাজ অসমৰ ফেচবুক ব্যৱহাৰকাৰীসকলৰ মাজত সামাজিক মাধ্যমৰ যোগেদি ভাইৰেল হৈ আছে। ক’লাজ এখনত যোগী আদিত্যনাথক গাখীৰৰ দৰে দেখা পোৱা দ্ৰৱ্য পানীত ঢালি থকা দেখা গৈছে আৰু আনখন ছবিত তেওঁক উৎসৰ পৰা পোনপটীয়াকৈ গৰুৰ প্ৰস্ৰাৱ খোৱা দেখা গৈছে। ক’লাজটোত কিছু কথাও লিখা আছে। ইয়াত এনে এটা পোষ্ট আছে: […]

Continue Reading

FACT CHECK: ফটোত দেখা ব্যক্তিগৰাকী হাথৰাছ ধৰ্ষণ কাণ্ডৰ কোনো এজন অভিযুক্তৰ পিতৃ নহয়।

২৯ চেপ্তেম্বৰত তাৰ দুসপ্তাহ পূৰ্বে উত্তৰ প্ৰদেশৰ হাথৰাছত অতি নিৰ্মম অত্যাচাৰৰ বলি হৈ দিল্লীত মৃত্যুমুখত পৰা ১৯বছৰীয়া ছোৱালীজনীৰ ঘটনাটোৱে দেশজুৰি আলোড়ণৰ সৃষ্টি কৰিছে ৰাজ্য চৰকাৰে সন্দীপ,ৰামু,লৱকুশ আৰু ৰবী নামৰ চাৰিগৰাকী অভিযুক্তক এই ঘটনাৰ বাবে গ্ৰেপ্তাৰ কৰিছে।সম্প্ৰতি সিঁহত আৰক্ষীৰ জিম্মাত আছে। দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী দেশজুৰি উত্থাপিত হৈ থকাৰ সময়তে ইন্টাৰনেটত এখন ফটো ভাইৰেল হৈ […]

Continue Reading