FACT CHECK: নষ্ট্ৰাডামূৰ বিষয়ত অস্পষ্ট লিখনি এটা জম্বিৰ আক্ৰমনৰ ভৱিষ্যদ্বানী বুলি শ্বেয়াৰ কৰি থকা হৈছে!

কৰ’ণাভাইৰাছ মহামাৰীৰ আতংক অব্যাহত থকা সময়তে ছোছিয়েল মিডিয়াত কিছুমান পোষ্ট ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে ২০২১চনত জম্বীৰ আৱিৰ্ভাৱ ঘটিব বুলি নষ্ট্ৰাডামুৱে ভৱিষ্যতবাণী কৰি থৈ গৈছে।  ভিডিঅ’ ৰূপত পোষ্টবোৰ অসমত বহুলভাৱে শ্বেয়াৰ কৰা হৈছে ফেচবুক ব্যৱহাৰকাৰীৰ মাজত। ভিডিঅ’ৰ ধাৰাভাষ্যত কোৱা হৈছে,” ১৬শতিকাতেই ফৰাছী জ্যোতিষী নষ্ট্ৰাডামুৱে ভৱিষ্যতবাণী কৰিছিল যে ২০২১চনত জম্বীৰ আৱিৰ্ভাৱ ঘটিব।” ধাৰাভাষ্যকাৰে সকলোকে […]

Continue Reading