নদীবান্ধৰ পৰা তীব্ৰ সোঁতত পানী এৰি দিয়া ভিডিঅ’টো ভূটানৰ নহয়

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা ভিডিঅ’ লিংক ফ’ৰৱাৰ্ড কৰা হৈছিল। ভিডিঅ’টোত দেখুওৱা হৈছিল যে কোনো নদীবান্ধৰ পৰা তীব্ৰ সোঁতত পানী এৰি দিয়া হৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ’টো ভূটানৰ নদীবান্ধৰ।  Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। অনুসন্ধানৰ পাছত আমি জানিব পাৰিলোঁ যে এই ভিডিঅ’টো ভূটানৰ নদীবান্ধৰ নহয়। সত্যতা […]

Continue Reading

এক নদীবান্ধৰ পৰা তীব্ৰ সোঁতত পানী এৰি দিয়াৰ ভাইৰেল ভিডিঅ’টো ভূটানৰ নহয়!

যোৱা কেইবাদিনৰপৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ বিভিন্ন ঠাইৰ নদ-নদী সমূহ ওফন্দি পৰি ভয়ংকৰ বানপানীৰ সৃষ্টি হৈছে। বিশেষকৈ নামনি অসমৰ বিভিন্ন ঠাইত বিস্তৰ ক্ষতিসাধন হৈছে।  এনে সময়তে এটা বিশেষ ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হৈছে। ভিডিঅ’টোত দেখুওৱা হৈছে এটা নদীবান্ধ, য’ৰপৰা তীব্ৰ সোঁতত পানী এৰি দিয়া হৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ’টো ভূটানৰ আৰু ভূটানে […]

Continue Reading

শেহতীয়াকৈ ৰাহুল গান্ধী নেপাললৈ যোৱা বিয়াখনত বিজেপি নেতা জ্যোতিৰাদিত্য সিন্ধিয়াও উপস্থিত আছিল নেকি?

শেহতীয়াকৈ, কংগ্ৰেছ নেতা ৰাহুল গান্ধী নেপালত এখন বিয়াৰ বাবে গৈছিল। সেই সময়ছোৱাত, তেওঁলোকে এটা নাইট ক্লাবলৈও গৈছিল। ইতিমধ্যে সেই নিশাৰ কিছু ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ইয়াৰ পিছত, এতিয়া আন এখন ছবি ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে উক্ত বিয়াখনত বিজেপি নেতা জ্যোতিৰাদিত্য সিন্ধিয়াও উপস্থিত আছিল।  ভাইৰেল হৈ থকা ছবিখনৰ লগতে  […]

Continue Reading