FACT CHECK: পাকিস্তানী মৌলানা তাৰিক জামিল পথ দুৰ্ঘটনাত আহত হোৱাৰ বাতৰি মিছা

শেহতীয়াকৈ, ছ’চিয়েল মিডিয়া ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰা হৈছিল য’ত দাবী কৰা হৈছিল যে বিখ্যাত পাকিস্তানী মৌলানা তাৰিক জামিল এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে। পোষ্টটোত দুখন ফটোৰ এটা ক’লাজ আছে য’ত বগা পোছাক পিন্ধা এজন মানুহ বাওঁফালে ৰক্তক্ষয়ী অৱস্থাত বিচনাত পৰি আছে আৰু সোঁফালে তাৰিক জামিলৰ এখন ছবি আছে। পোষ্টটোৰ শিৰোনামটোত লিখা আছে, “উপমহাদেশৰ […]

Continue Reading

FACT CHECK: এই ভিডিঅ’টো ভাৰতীয় নৌসেনাৰ দ্বাৰা দেৱালী উদযাপনৰ নহয়!

দেৱালীৰ পিছত প্ৰতি বছৰে দেৱালী উদযাপনৰ সৈতে সম্পৰ্কিত ফৰৱাৰ্ড বাৰ্তাৰ এক ‘স্পাইক’ থাকে । যদিও মহামাৰীৰ পিছৰ পৰিস্থিতিয়ে উৎসাহ অলপ হ্ৰাস কৰিছে, এই বছৰো দেৱালী উদযাপনৰ সন্দৰ্ভত সামাজিক মাধ্যম আৰু মেচেজিং প্লেটফৰ্মৰ জৰিয়তে বিভিন্ন ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে।  শেহতীয়াকৈ অসমত হোৱাটছএপত আলোকিত জাহাজ আৰু আতচবাজীৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে আৰু দাবী কৰা […]

Continue Reading

FACT CHECK: চলমান খান আৰু আন চেলিব্ৰিটিসকলৰ সন্মুখত এজন যুৱ প্ৰদৰ্শকে কোৰাণৰ শ্লোক আবৃত্তি কৰি থকা এক মৰ্ফ কৰা ভিডিঅ’ ভাইৰেল হৈছে

ছলমান খান, বিশাল দাদলানি আৰু হিমেশ ৰেছমিয়াৰ দৰে চেলিব্ৰেটীৰ সন্মুখত এজন যুৱকে কোৰাণৰ আয়াত আবৃত্তি কৰাৰ এটা ভিডিঅ’ অসমত ফেচবুকত ভাইৰেল হৈ আছে। পশ্চিমীয়া ফৰ্মেল পিন্ধা যুৱকজনে নীলা আৰু বগা পৃষ্ঠভূমিৰ সৈতে এখন মঞ্চত ভৰি দুখন মেৰিয়াই বহি আছে আৰু পবিত্ৰ কিতাপখন তেওঁৰ সন্মুখত মুকলি হৈ আছে। ভিডিঅ’টোত বিভিন্ন চেলিব্ৰিটি আৰু আন কিছুমান লোকৰ একাধিক […]

Continue Reading

FACT CHECK: সঁচাকৈ জাপানে মাইক্ৰ’ৱেভৰ উৎপাদন নিষিদ্ধ কৰিছে নেকি?

মাইক্ৰ’ৱেভ অভেনৰ ক্ষতিকাৰক প্ৰভাৱৰ তালিকাৰ এটা ভাইৰেল বাৰ্তা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। বাৰ্তাটোত দাবী কৰা হৈছে যে মাইক্ৰ’ৱেভৰ ক্ষতিকাৰক প্ৰভাৱৰ বাবে, জাপানত ইয়াৰ ব্যৱহাৰ আৰু উৎপাদন নিষিদ্ধ কৰা হৈছে । ফেক্ট ক্ৰেচেণ্ডো অসমীয়াই উক্ত দাবীটো পৰীক্ষা কৰাৰ অনুৰোধৰ সৈতে ইয়াৰ ২৪x৭ ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০ত একেটা বাৰ্তা লাভ কৰিছিল। Archived Link  ইয়াত বাৰ্তাটো দিয়া হৈছে:. […]

Continue Reading