পেপচিৰ বেশত বিয়েৰ! এইখন কাটাৰৰ ফিফা বিশ্বকাপ ২০২২ৰ ছবি হয় নে? 

ইছলামিক ৰাষ্ট্ৰ কাটাৰত সম্প্ৰতি চলি আছে ২০২২ চনৰ ফিফা বিশ্বকাপ। যেতিয়া পৰা কাটাৰক বিশ্বকাপ আয়োজনৰ অধিকাৰ প্ৰদান কৰা হৈছিল, তেতিয়াৰে পৰা স্থানীয় আয়োজক আৰু বিশ্ব ফুটবলৰ নেতাসকলে জোৰ দি আহিছে যে বিয়েৰ অনুৰাগীৰ বাবে উপলব্ধ হ’ব। কিন্তু আন্তঃৰাষ্ট্ৰীয় ফুটবল শাসক সংস্থা ফিফাই ইভেণ্টৰ প্ৰথমখন খেলৰ দুদিন পূৰ্বে বিশ্বকাপৰ মেচৰ সময়ত ষ্টেডিয়ামৰ ভিতৰত মদ্যপান নিষিদ্ধ কৰাৰ […]

Continue Reading

এইটো কাটাৰৰ ফিফা বিশ্বকাপ ২০২২ৰ উদ্বোধনী অনুষ্ঠানৰ সময়ৰ ভিডিঅ’ হয়নে?

কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপ ২০২২ৰ উদ্বোধনী অনুষ্ঠানৰ পিছত ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত হৈছে এখন ষ্টেডিয়ামৰ খেলপথাৰত সহস্ৰাধিক ৰাইজে নমাজ পঢ়ি থকা এটা ভিডিঅ’। ফেচবুক ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে ভিডিঅ’টোত কাটাৰ ফুটবল ষ্টেডিয়ামত নামাজ পঢ়া দেখা গৈছে। এই ধৰণৰ কেবাটাও পোষ্ট ফেচবুকত আপলোড তথা শ্বেয়াৰ হোৱা দেখা গৈছে ।  Facebook Link | Archived Link আমি দাবীটোৰ […]

Continue Reading