পাকিস্তানতো ‘কা’ বলৱৎ কৰা হ’ব বুলি প্ৰচাৰ কৰা দাবীটো ভূৱা।  

শেহতীয়াভাৱে ভাৰতত নাগৰিকত্ব সংশোধনী আইন (CAA) কাৰ্যকৰী হোৱাৰ ঘোষণাৰ পাছতেই এটা টুইট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। য’ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ নামত তেওঁৰ এক্স (টুইটাৰ)ৰ স্ক্ৰীণশ্বট এটা দিয়া হৈছে। ভাৰতত কাৰ্যকৰী হোৱা নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ পৰিপ্ৰেক্ষিতত পাকিস্তানে নিজৰ এক CAA কাৰ্যকৰী কৰাৰ সিদ্ধান্তক লৈ লিখা হৈছে সেই টুইটত। লগতে টুইটটোত লিখা আছে যে […]

Continue Reading

মহাত্মা গান্ধীয়ে প্ৰাৰ্থনা সভাত পাকিস্তান আৰু ভাৰতৰ সংখ্যালঘুসকলৰ সম্পৰ্কে কৰা মন্তব্যৰ ভুল ব্যাখ্যা কৰা হৈছে।

দেশত কা বলৱৎ হোৱাৰ পিছতে আইনখনৰ সপক্ষে আৰু বিপক্ষে বিভিন্ন পোষ্ট চ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। এনে সময়তে মহাত্মা গান্ধীয়ে ১৯৪৭ চনৰ ২৬ চেপ্তেম্বৰৰ প্ৰাৰ্থনা সভাত কৰা বক্তব্য বুলি ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰা হৈছে। পোষ্টটোত লিখা আছে এইদৰে,”মহাত্মা গান্ধীৰ ২৬ ছেপ্তেম্বৰ ১৯৪৭ চনৰ এখন প্ৰাৰ্থনা সভাৰ বক্তব্যত কৈছিল -‘যি সকল হিন্দু আৰু শিখ পাকিস্তানত […]

Continue Reading

পাকিস্তানৰ ইমামে ধৰ্মমূলক ভাষণ দি থাকোতেই ভাঙি পৰিছিল নেকি মঞ্চ? সত্যটো জানক।

শেহতীয়াকৈ অসমৰ ফেচবুকত এটা ভিডিঅ’ প্ৰচাৰ কৰা হৈছে যে পাকিস্তানৰ এজন ইমামে এখন সভাত ধৰ্মমূলক ভাষণ দি থাকোতে মঞ্চখন ভাঙি পৰিছিল। ফেচবুকত পোষ্ট কৰি ব্যৱহাৰকাৰীয়ে লিখিছে- পাকিস্তানৰ এজন ইমামে কৈছিল যে তেওঁ সপোনত পাইছিল যে সকলো কাফেৰক নিঃশেষ কৰিব লাগিব। আৰু তেওঁ কয়, “যদি এইটো সঁচা নহয়, তেন্তে মোৰ তলত মাটি খহি যাওক,” আৰু চাওক […]

Continue Reading

এই ভিডিঅ’টোৰ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা শেহতীয়া খেলৰ লগত কোনো সম্পৰ্ক নাই।

বিশ্বকাপ ক্ৰিকেটত যোৱা ১৪ অক্টোবৰত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা খেলত ভাৰত সাত উইকেটত জয়ী হয়। ইয়াৰ পিছতে বিভিন্ন ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। এজন ব্যক্তিয়ে  টিভি ভাঙি পেলোৱা এক দৃশ্য চ’চিয়েল মেডিয়াত ভাইৰেল হৈছে এই দাবীৰে যে পাকিস্তানী ক্ৰিকেট প্ৰেমীয়ে ভাৰতৰ হাতত পাকিস্তান পৰাজিত হোৱাৰ পিছত খঙতে টিভি ভাঙি পেলাইছিল। ফেচবুকত পোৱা পোষ্টটোৰ […]

Continue Reading

পাকিস্তানত এগৰাকী পিতৃয়ে নিজ কন্যাক চতুৰ্থ পত্নীৰূপে গ্ৰহণ কৰিলে নেকি?

পাকিস্তানত এগৰাকী ছোৱালীয়ে নিজ পিতৃক বিয়া কৰাইছিল বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’। ভিডিঅ’টোত মহিলাগৰাকীয়ে কোৱা দেখা গৈছে যে, “ৰবিয়া নামটো চতুৰ্থ কন্যাৰ বাবে ব্যৱহাৰ কৰা হয়, কিন্তু দ্বিতীয় কন্যা হোৱাৰ বাবে তাই চতুৰ্থ পত্নী হোৱাৰ কথা ভাবিছিল”, যিটো ছ’চিয়েল মিডিয়াত একাংশ লোকে বিভ্ৰান্তিকৰভাৱে প্ৰচাৰ কৰিছিল , ‘পিতৃৰ সৈতে কন্যাৰ বিবাহ’ […]

Continue Reading

এই ফটোখন ইমৰাণ খানৰ ওপৰত হোৱা শেহতীয়া আক্ৰমণৰ নহয়

যোৱা ৩ নৱেম্বৰত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ওপৰত আক্ৰমণ হৈছিল। পঞ্জাৱ প্ৰদেশৰ ৱাজিৰাবাদত এখন সভাত ভাষণ দি থকা অৱস্থাত এজন বন্দুকধাৰীয়ে তেওঁলৈ গুলীচালনা কৰিছিল। যাৰ ফলত তেওঁ ভৰিত আঘাত পাইছিল আৰু তেওঁক ততাতৈয়াকৈ হস্পিতালত ভৰ্তি কৰোৱা হৈছিল। তেওঁ বৰ্তমান সংকটমুক্ত। ইমৰাণ খানৰ লগতে তেওঁৰ কেইজনমান সমৰ্থকো আঘাতপ্ৰাপ্ত হৈছিল। এই ঘটনাৰ পাছতে চ’চিয়েল মেডিয়াত এখন […]

Continue Reading

শেহতীয়াকৈ ইমৰাণ খানৰ ওপৰত সংঘটিত আক্ৰমণৰ সৈতে এই ছবিখনৰ কোনো সম্পৰ্ক নাই!

শেহতীয়াকৈ পাকিস্তানৰ ৱাজিৰাবাদত এক প্ৰতিবাদী সমাৱেশৰ সময়ত অচিনাক্ত বন্দুকধাৰীয়ে গুলীচালনা কৰাত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান আঘাতপ্ৰাপ্ত হয়। তেওঁক ততাতৈয়াকৈ লাহোৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু এতিয়া তেওঁ বিপদ মুক্ত হৈছে । এনে পৰিস্থিতিত প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ওপৰলৈ হাত উঠাই এখন বগা চাদৰত শুই থকা এখন ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে […]

Continue Reading

ফটোখনত দেখুওৱা ৰে’ল ষ্টেচনটো পাকিস্তানৰ নহয়

শেহতীয়াকৈ পাকিস্তানত হোৱা বিধ্বংসী বানপানীয়ে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে। এই সময়ত বিভিন্ন ফটো তথা ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। আমাৰ হোৱাটচ‌এপ নম্বৰলৈও পাকিস্তানৰ বানপানীৰ বুলি Zee news ত প্ৰকাশ পোৱা এখন ফটো আহিছিল। ফটোখনত পানীত ডুব যোৱা ট্ৰেইন আৰু ৰে’ললাইন দেখুৱাই সেয়া পাকিস্তানৰ বুলি দাবী কৰা হৈছিল। Archived Link Archived […]

Continue Reading

FACT CHECK: পাকিস্তানী মৌলানা তাৰিক জামিল পথ দুৰ্ঘটনাত আহত হোৱাৰ বাতৰি মিছা

শেহতীয়াকৈ, ছ’চিয়েল মিডিয়া ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰা হৈছিল য’ত দাবী কৰা হৈছিল যে বিখ্যাত পাকিস্তানী মৌলানা তাৰিক জামিল এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে। পোষ্টটোত দুখন ফটোৰ এটা ক’লাজ আছে য’ত বগা পোছাক পিন্ধা এজন মানুহ বাওঁফালে ৰক্তক্ষয়ী অৱস্থাত বিচনাত পৰি আছে আৰু সোঁফালে তাৰিক জামিলৰ এখন ছবি আছে। পোষ্টটোৰ শিৰোনামটোত লিখা আছে, “উপমহাদেশৰ […]

Continue Reading