FACT CHECK: চকুত কৃমিসদৃশ কীটৰ ভিডিঅ’ এটা মিছা দাবীৰে ভাইৰেল কৰা হৈছে
এজন মানুহৰ চকুৰ পৰা কৃমিৰ দৰে কীট এটা অস্ত্ৰোপচাৰ কৰি আঁতৰ কৰা চিকিত্সাজনিত এটা বৰ আমনিদায়ক ভিডিঅ’ ছোচিয়েল মিডিয়াত বহুলভাৱে প্ৰসাৰ কৰি থকা হৈছে। ভিডিঅ’টোৰ সৈতে সন্নিৱিষ্ট কথাথিনিত উল্লেখ কৰা হৈছে দীৰ্ঘদিনে মাত্ৰাধিক স্মাৰ্টফোন ব্যৱহাৰ কৰাৰ ফলত লোকজনৰ চকুৰ ভিতৰত এই কীটটোৱে বাহ লৈছিল। দাবী কৰা হৈছে যে অত্যধিক স্মাৰ্টফোন ব্যৱহাৰৰ ফলতেই আঁতৰ কৰোৱা সেই […]
Continue Reading