FACT CHECK: বটচৱানাৰ হাতী যুঁজৰ পুৰণি ভিডিঅ’ অসমৰ গোৱালপাৰাৰ বুলি শ্বেয়াৰ কৰা হৈছে!
অসমৰ গোৱালপাৰাত কেমেৰাত বন্দী হোৱাৰ দাবীৰে অসমৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত দুটা হাতীয়ে কিছুমান জোপোহাৰ মাজত এক স্থানত যুঁজি থকা এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত মানুহৰ মাত কথা তথা শব্দৰ উপৰিও কিছু যান-বাহনৰ শব্দ আছে যেন ওচৰতে এটা ব্যস্ত ৰাস্তা আছে । ফেচবুকত এনে এটা পোষ্ট আছে যিটো ১ ডিচেম্বৰ, ২০২১ তাৰিখে আপলোড কৰাৰ […]
Continue Reading