FACT CHECK: গণৰাজ্য দিৱসৰ দিনা প্ৰতিবাদকাৰীয়ে লালকিল্লাত উত্তোলন কৰা পতাকা নিশান সাহিব আৰু কিশান মজদুৰ একতাৰ পতাকা হে হয়।

দুমাহ ধৰি অব্যাহত থকা কৃষক বিদ্ৰোহত অংশগ্ৰহন কৰা একাংশ লোকে মঙলবাৰে লালকিলাত দুখন পতাকা উত্তোলন কৰা কাৰ্যক লৈ আনকি অসমতো ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সুচনা কৰিছে। লালকিল্লাত উত্তোলন কৰা পতাকাখনৰ ধৰণটোৱে অধিক বিতৰ্কৰ সুচনা কৰিছে। কিছুসংখ্যক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে সেই পতাকা খালিস্থানী পতাকা বুলি দাবী কৰিছে আৰু লগতে ভাৰতৰ ত্ৰিৰংগা পতাকাখন তাৰ পৰা অৱনমিত কৰি সেই […]

Continue Reading