FACT CHECK: এপিজে আব্দুল কালাম আৰু ৰামনাথ কোবিন্দৰ ফটো বিভ্ৰান্তিকৰ কেপছনেৰে শ্বেয়াৰ কৰা হৈছে
ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰা হৈছে এই দাবীৰে যে এপিজে আব্দুল কালামে এটা সাধাৰণ দবাত ভ্ৰমন কৰিছিল আৰু য’ত নেকি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে যাত্ৰা কৰে প্ৰথম শ্ৰেনীৰ এচি দবাত। এপিজে আব্দুল কালাম আৰু ৰামনাথ কোবিন্দৰ ৰেলযাত্ৰাৰ ফটোৰ তুলনা কৰি দুয়োখন ফটোৰে পাৰ্থক্য দেখুৱাই কেপছনত উল্লেখ কৰা হৈছে , “পাৰ্থক্য স্পষ্ট”। Original Link- Facebook | […]
Continue Reading