FACT CHECK: ‘আইচিএমআৰ’এ ২১টা নিয়মাৱলীসহ কোনো কোভিড পৰামৰ্শাৱলী প্ৰকাশ কৰা নাই
কোভিড১৯ৰ পৰা হাত সাৰি থাকিবলৈ বিদেশলৈ ভ্ৰমন নকৰা,সামাজিক দূৰত্ব অৱলম্বন কৰা আদিকে ধৰি ২১টা নিয়মাৱলীসহ এখন পৰামৰ্শাৱলী শেহতীয়াভাৱে ভাইৰেল হৈ পৰিছে আৰু দাবী কৰা হৈছে যে সেইখন ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চ(আইচিএমআৰ)ৰ তৰফৰ পৰা এই নিয়ম জাৰি কৰা হৈছে। এই পৰামৰ্শাৱলীত ২১টা এনেকুৱা পদক্ষেপৰ কথা লিখা আছে যিখিনি কোভিড ১৯ৰ পৰা হাত সাৰি থাকিবৰ বাবে […]
Continue Reading