ভাইৰেল হোৱাৰ দৰে কে বি চিয়ে কোনো ধৰণৰ ২৫ লাখ টকাৰ লটাৰীৰ আয়োজন কৰা নাই

শেহতীয়াকৈ এটা পুৰণি হোৱাটচ‌এপ মেচেজ পুনৰ ফ’ৰৱাৰ্ড হোৱা দেখা গৈছে। মেচেজটোত কোৱা হৈছে যে মেচেজ প্ৰাপকজনে “কে বি চি”(Kaun Banega Crorepati, KBC)য়ে আয়োজন কৰা লটাৰীত ২৫লাখ টকা লাভ কৰিছে। উক্ত মেচেজটোত অমিতাভ বচ্চন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কৌন বনেগা কৰোড়পতিৰ ল’গ’ পৰ্যন্ত ব্যৱহাৰ কৰা হৈছে। মেচেজটোত কোৱা হৈছে যে পোষ্টাৰখনত থকা নম্বৰটোত হোৱাটচ‌এপ ফোন কৰি লটাৰী […]

Continue Reading

অমিতাভ বচ্চনৰ নানাৱতিৰ স্বাস্থ্যকৰ্মীক উদ্দেশ্যি প্ৰশংসাসূচক পুৰণি ভিডিঅ’ বৰ্তমানৰ বুলি ভাইৰেল!

ফেচবুক লিংক | সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে কেইবালাখ মানুহৰ মৃত্যু হৈছে আৰু বহু লাখ মানুহ এতিয়াও আক্রান্ত হৈ আছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে বহু হেজাৰ লোকৰ মৃত্যু হৈছে । অসমতো প্ৰায় ১৬ হাজাৰতকৈ অধিক ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু […]

Continue Reading