FACT CHECK: ক’ভিড-১৯ কেছৰ সংখ্যা বঢ়াৰ বাবে স্কুল-কলেজ ২০ নৱেম্বৰৰ পৰা বন্ধ কৰি দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে টুইট কৰা নাই!

অসমত শেহতীয়াকৈ ক’ভিড-১৯’ত আক্ৰান্ত ৰোগীৰ সংখ্যা কিছু পৰিমাণে পুনৰ বঢ়া দেখা গৈছে । বিশেষকৈ কামৰূপ(মেট্ৰ) জিলাত ৰোগীৰ সংখ্যাৰ ক্ষেত্ৰত পুনৰ কিছু উত্থান দেখা গৈছে । এনে সময়তে ক’ভিড-১৯ সম্পৰ্কীয় এটা বিশেষ স্ক্ৰিনশ্বট ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে এইয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক টুইটৰ স্ক্ৰিনশ্বট হয় । উক্ত সন্দেহজনক টুইটটোত কোৱা […]

Continue Reading

FACT CHECK: অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰী বিজেপি বিধায়ক গণেশ লিম্বু বুলি ভূৱা স্ক্ৰিনশ্বট ভাইৰেল!

শেহতীয়াকৈ অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে আৰু পৰবৰ্তী চৰকাৰ গঠন হবলৈ গৈ আছে । এনে সময়তে পৰবৰ্তী মুখ্যমন্ত্ৰী কোন হব সেই সম্পৰ্কে যথেষ্ট গুণাগুথা চলা দেখা গৈছে আৰু এই সম্পৰ্কে বিভিন্ন পোষ্ট ছোচিয়েল মিডিয়াৰ যোগেদি ভাইৰেল হৈ পৰা দেখা গৈছে ।  এই ধৰণৰ এখন ফটো বা নিউজৰ স্ক্ৰিনশ্বট   হোৱাটছএপৰ যোগেদি বহুল ভাৱে প্ৰচাৰ […]

Continue Reading

FACT CHECK: জুবিন গাৰ্গ আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো ভুল ব্যাখ্যাৰে ভাইৰেল কৰা হৈছে

যিমানে অসমৰ বিধানসভা নিৰ্বাচন চমু চাপি আহিছে, সিমানেই ছ’চিয়েল মিডিয়াসমুহ নিৰ্বাচনকেন্দ্ৰীক পোষ্ট আৰু ৰাজনৈতিক কথা বতৰাৰে ভৰি পৰিছে। তেনেকুৱা এটা পোষ্টত মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কেইগৰাকীমান সহকৰ্মীৰ সৈতে অসমৰ জনপ্ৰিয় গায়ক, সংগীত পৰিচালক, অভিনেতা, পৰিচালক জুবিন গাৰ্গৰ এখন ফটো বহুল ৰূপত প্ৰচাৰ কৰি থকা হৈছে। ফটোখনৰ লগত লিখা হৈছে যে গায়কজনে শুকুৰবাৰে হিমন্ত […]

Continue Reading