এই ফটোসমুহ ইছৰোই প্ৰেৰণ কৰা আদিত্য এল ১এ লোৱা সূৰ্যৰ ফটো নহয়। এয়া বিভ্ৰান্তিকৰ দাবী।
শেহতীয়াকৈ এটা ফেচবুক পেজৰ পৰা আপলোড কৰা কেইখনমান ফটোৰে সৈতে এটা পোষ্ট অসমৰ ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰচাৰ হোৱা দেখা গৈছে। পোষ্টটোত লিখা হৈছে- ইছৰ’ৰ আদিত্য এল ১ দ্বাৰা তোলা সূৰ্য্যৰ সকলোতকৈ কাষৰ ছবি। সূৰ্য্যৰ এই ৰূপটো বিশ্বই প্ৰথমবাৰৰ বাবে দেখিছে, সেইটোও সম্ভৱ একমাত্ৰ ভাৰত আৰু ইছৰ’ৰ বাবে। #proudmoment এই প্ৰতিবেদন লিখাৰ পৰলৈকে ১৫৪টা শ্বেয়াৰ হোৱা […]
Continue Reading