২০২১চনতে ওডিছাৰ মহানদীত ঘটা ঘটনাৰ দৃশ্য অসমৰ ধেমাজীৰ শেহতীয়া ঘটনা বুলি ভাইৰেল। 

শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। হোৱাটছপত বিয়পি কৰিছে এই ভিডিঅ’টো। ভিডিঅ’টোত দেখা গৈছে যে প্ৰচণ্ড সোঁত থকা এখন নদীত এটা হাতী আৱদ্ধ হৈ পৰিছে আৰু সেই হাতীটোক উদ্ধাৰ কৰিবলৈ যোৱা উদ্ধাৰকাৰী দল এটাও কোবাল সোঁতত পৰি বিপদৰ সমুখিন হৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে সেয়া অসমৰ ধেমাজীৰ দৃশ্য। অৰ্থাত ব্ৰহ্মপুত্ৰ […]

Continue Reading

২০১৪ চনলৈকে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত সঁচাকৈয়ে মাত্ৰ এখনেই দলং আছিলনে?

অলপতে এটা টুইটাৰ একাউণ্টৰ পৰা কৰা টুইট এটা আমাৰ দৃষ্টিগোচৰ হ’ল। টুইটটোত লিখা আছিল এইদৰে “২০১৪ চনলৈকে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মাত্ৰ এখনেই দলং আছিল। এই নদীয়ে উত্তৰ-পূৱক দুভাগত বিভক্ত কৰিছে। যদি শত্ৰুৱে সেই একমাত্ৰ দলঙখন কাটি পেলায়, মিলিটেৰীয়ে কি কৰিব? মানুহৰ সমস্যাবোৰ কল্পনা কৰক। আজি তাত ছখন দলং আছে। সপ্তমখন নিৰ্মাণ হৈ আছে।  লিবাৰেলসকল: ধন্যবাদ […]

Continue Reading

FACT CHECK: বাংলাদেশৰ ২০২০চনৰ ফেৰী দুৰ্ঘটনাৰ ফটো নিমাতীঘাটৰ নাওঁ দুৰ্ঘটনাৰ ফটো বুলি প্ৰচাৰ!

যোৱা বুধবাৰে, ব্ৰহ্মপুত্ৰৰ বুকুত মাজুলীৰ কমলাবাৰীৰ পৰা যাত্ৰা কৰা এখন ফেৰী আৰু যোৰহাটৰ নিমাতীঘাটৰ পৰা যাত্ৰা কৰা এখন নাওৰ মাজত খুন্দা লগাৰ ফলত এক শোকাবহ নাওঁ দুৰ্ঘটনা ঘটে । উক্ত দূৰ্ঘটনাৰ পাছত ৮৭গৰাকী লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে আৰু বৰ্তমানলৈ চৰকাৰী তথ্যৰ মতে দুগৰাকী সন্ধানহীন হৈ থকাৰ লগতে পৰিমিতা দাস নামৰ এগৰাকী যুৱতীৰ কালি মৃত্যু […]

Continue Reading