FACT CHECK: কোভিড১৯ত মাক দেউতাকৰ মৃত্যু ঘটা দুগৰাকী কনমানি ছোৱালীক সন্তান ৰূপে তুলি ল’ব লাগে বুলি ভূৱা মেছেজ ভাইৰেল
শেহতীয়াভাৱে কোভিড১৯ত মাক দেউতাকৰ মৃত্যু ঘটা বুলি কৈ দুগৰাকী নাবালিকা কনমানি কন্যাক তুলি ল’ব বিচৰা ইচ্ছুক অভিভাৱকৰ আগ্ৰহ বিচাৰি এটা মেছেজ ভাইৰেল কৰা হৈছে। অসমত হোৱাটছএপত মেছেজটো ভাইৰেল হৈছে আৰু তাত এখন ফটো দিয়া হৈছে। লগতে লিখা হৈছে: “তুলি লোৱাৰ বাবে: যদি কোনোবাই এগৰাকী কন্যাক তুলি ল’ব বিচাৰে,তেনেহ’লে …নম্বৰত ফোন কৰিবলৈ নাপাহৰিব(প্ৰিয়ংকা)। এজনী তিনি দিনীয়া […]
Continue Reading