সঁচাকৈ মোদীয়ে কেমেৰাৰ লেন্স কেপ লগাই ফটো ক্লিক কৰিছিল নেকি?
১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ লোকে ছ’চিয়েল মিডিয়া শুভেচ্ছাৰে ভৰাই দিয়াৰ সময়তে একাংশ লোকে প্ৰধানমন্ত্ৰীৰ এখন ছবি শ্বেয়াৰ কৰি এক বিভ্ৰান্তিকৰ দাবী কৰে। ছবিখনত দেখা গৈছে যে মোডীয়ে Canon বুলি লিখা কেমেৰাৰ লেন্স কেপটো আঁতৰাই নিদিয়াকৈ ফটো ক্লিক কৰি আছে। যি সময়ত একাংশ লোকে এই সুযোগতে মোদীক সমালোচনা কৰিছিল; কিছুমানে […]
Continue Reading