ৰাস্তাত সিঁচৰতি হৈ থকা মাছৰ এই ভাইৰেল ফটোখন গুৱাহাটীৰ নহয়
অলপতে আমাৰ হোৱাটচএপ নম্বৰলৈ এখন বিশেষ ফটো আহিছিল। ফটোখন আছিল কেইটামান বাতৰিৰ ক’লাজ। তাত লিখা আছিল এইকেইটা বাক্য: * ৩১ মে’ সন্ধিয়াৰ খবৰ * ভয়ংকৰ পথ দুৰ্ঘটনা এটা পৰিয়াল শেষ হ’ল * গুৱাহাটীত বৰষুণৰ সৈতে হৰি পৰিছে মাছএই বাক্যকেইশাৰীৰ লগতে দুখন ফটোও আছিল তাত ক’লাজ কৰা। এখন ফটো আছিল কোনো এক দুৰ্ঘটনাৰ আৰু আনখন ফটো […]
Continue Reading