FACT CHECK: পেলেষ্টাইনলৈ সমৰ্থন জনাবলৈ ক্ৰিষ্টিয়ান’ ৰোনাল্ডোৱে তেওঁৰ সংবাদমেলৰ পৰা ক’কা ক’লাৰ বটল আঁতৰোৱা নাছিল!
শেহতীয়াভাৱে আন্ত:ৰাষ্ট্ৰীয় ফুটবল তাৰকা ক্ৰিষ্টিয়ান’ ৰোনাল্ডোৱে তেওঁৰ সংবাদমেলত মেজৰ ওপৰত ৰাখি থোৱা দুটা ক’কা ক’লা ছফ্ট ড্ৰিংকৰ বটল আঁতৰাই তাৰ ঠাইত পানীৰ বটল ৰাখি সমগ্ৰ বিশ্বতে সংবাদ শিৰোনাম দখল কৰিছিল । পিছত এইকথা জানিব পৰা গ’ল যে আন্ত:ৰাষ্ট্ৰীয় ফুটবল তাৰকাগৰাকীৰ এই কৰ্মৰ বাবে ক’কা ক’লাই তেওঁলোকৰ শ্বেয়াৰ নিন্মগামী হোৱাৰ ফলত বৃহৎ পৰিমানৰ লোকচানৰ সমুখিন হৈছিল। […]
Continue Reading