বৃন্দাবনী বস্ত্ৰঃ ঐতিহ্য,সম্পদ আৰু অসমীয়াৰ আবেগ

প্ৰস্তাৱনাঃ বৃন্দাবনী বস্ত্ৰ হৈছে অসমৰ ধৰ্ম–সাংস্কৃতিক ঐতিহ্যৰ এক অমূল্য সম্পদ। ই ১৬শ শতাব্দীৰ মহান বৈষ্ণৱ সন্ত শ্ৰীমন্ত শঙ্কৰদেৱ আৰু তেওঁৰ শিষ্য মাধৱদেৱৰ পথপ্ৰদৰ্শনতে জৰী শিল্পীদ্বাৰা নিৰ্মিত হৈছিল। বৃন্দাবনী বস্ত্ৰ বিশ্ববিখ্যাত এই কাৰণে যে ই কেৱল এখন কাপোৰ নহয়, ই শ্ৰীকৃষ্ণৰ বৃন্দাবনৰ লীলা–কাহিনীৰ চিত্ৰবস্ত্ৰ। এই লেখাত বৃন্দাবনী বস্ত্ৰ সম্পৰ্কত কিছু কথা সংক্ষেপতে লিখা হৈছে। বৃন্দাবনী   […]

Continue Reading

অসমৰ নিৰ্বাচনী তালিকাৰ ‘বিশেষ পুনৰীক্ষণ’ঃ এক সংক্ষিপ্ত আলোচনা  

প্ৰস্তাৱনা ভাৰতৰ নিৰ্বাচন আয়োগে ১৭ নৱেম্বৰ সোমবাৰে অসমৰ নিৰ্বাচনী তালিকাৰ ‘বিশেষ পুনৰীক্ষণ’(‘Special Revision‘)ৰ নিৰ্দেশ দিয়ে। অসমৰ চূড়ান্ত ভোটাৰ তালিকা ২০২৬ চনৰ ১০ ফেব্ৰুৱাৰীত প্ৰকাশ পাব বুলি সমীক্ষা পেনেলে এক বিবৃতিত প্ৰকাশ কৰিছে। ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ কেইমাহমান পূৰ্বে এই ঘোষণা কৰা হৈছে। বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়া কি? অসমৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ মূল উপাদান […]

Continue Reading

কৃত্ৰিম বুদ্ধিমত্তাক লৈ অসম চৰকাৰ আৰু গুগলৰ মাজত হোৱা বুজাবুজিৰ চুক্তিখন কি, চমুকৈ জানো আহক।

প্ৰস্তাৱনা অসম চৰকাৰ আৰু গুগলৰ মাজত হোৱা বুজাবুজিৰ চুক্তিখন হৈছে কৃত্ৰিম বুদ্ধিমত্তা কেন্দ্ৰ (AI-CoE) স্থাপন আৰু ৰাজ্যৰ উন্নত শাসন, জনসেৱা প্ৰদান, আৰু ডিজিটেল দক্ষতা বিকাশৰ বাবে AIৰ লাভ উঠাবলৈ এক ল্যাণ্ডমাৰ্ক অংশীদাৰিত্ব। এই সম্পৰ্কত আমাৰ এক চমু অৱলোকন।  মূল উদ্দেশ্য আৰু বিধানসমূহঃ ৰাজ্যৰ আই টি বিভাগ আৰু গুগল ক্লাউডৰ মাজত ২০২৫ চনৰ ১২ নৱেম্বৰত আনুষ্ঠানিকভাৱে […]

Continue Reading

ৰামচাৰ টেগ কি, আৰু  কিয়ঃ এক সংক্ষিপ্ত আলোচনা 

প্ৰস্তাৱনা শেহতীয়াকৈ অসমত থকা জলাশয়সমূহক ৰামচাৰ টেগ প্ৰদান কৰাৰ এক দাবী উত্থাপন হৈছে। এই দাবীয়ে এতিয়া সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমতো স্থান দখল কৰিছে। ৰামচাৰ টেগ কি, ইয়াৰ উদ্দেশ্য কি, ইয়াৰ উপকাৰ কি ইত্যাদি বিভিন্ন কথা সমাৰি এই লেখা প্ৰস্তুত কৰা হৈছে। ৰামচাৰ টেগ (Ramsar Tag) কি? ৰামচাৰ টেগ হৈছে এখন আন্তৰ্জাতিক চনদ। ইয়াক ৰামচাৰ […]

Continue Reading

জুবিন গাৰ্গৰ দেহাৱসানৰ পাছত চেপ্তেম্বৰ মাহত ভাইৰেল হৈ পৰা অসত্য খবৰসমূহ কি কি আছিল। চাওঁ আহক।  

প্ৰস্তাৱনা যোৱা ১৯ চেপ্তেম্বৰ ২০২৫ত অসমৰ সবাতোকৈ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ অবাঞ্চিত প্ৰয়াণৰ পাছত সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ ভিডিঅ’, ফটো ভাইৰেল হৈ পৰা দেখা গৈছিল। চিংগাপুৰৰ সাগৰত জুবিন গাৰ্গে প্ৰাণ হেৰুৱাওৱাৰ সময়ৰ কিছুমান ভিডিঅ’ প্ৰকাশ হোৱাৰ সমান্তৰালকৈ এনেকুৱা কিছুমান ভিডিঅ’ তথা ফটো বিয়পি পৰিল,যিবোৰৰ সেই ঘটনাৰ সৈতে কোনো সম্পৰ্কয়ে নাই। তেনেকুৱা প্ৰায় প্ৰতিটো ফটো আৰু […]

Continue Reading

লাভ জেহাদ আৰু বহুবিবাহ বিৰোধী আইনঃ এক চমূ আলোচনা। 

প্ৰস্তাৱনা প্ৰধানকৈ ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ দ্বাৰা শাসিত ভাৰতৰ কেইবাখনো ৰাজ্যই বহুবিবাহ আৰু বিবাহৰ বাবে ধৰ্মান্তৰকৰণ( যিটো প্ৰথাক সমৰ্থকসকলে প্ৰায়ে “লাভ জেহাদ” বুলি বৰ্ণনা কৰে) ৰোধ কৰাৰ লক্ষ্যৰে আইন প্ৰণয়ন বা প্ৰস্তাৱ কৰিছে। এই আইনসমূহ বিতৰ্কিত হৈ পৰিছে। ইয়াৰ ফলত ব্যক্তিগত স্বাধীনতা উলংঘা কৰাৰ সম্ভাৱনাক লৈও তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে আৰু এক নিৰ্দিষ্ট ধৰ্মীয় সম্প্ৰদায়ক […]

Continue Reading

অৰুণাচলৰ নামছাইত আলফা (স্বাধীন)ৰ বিৰুদ্ধে ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ যৌথ অভিযান।

যোৱা ২২ অক্টোবৰ, ২০২৫ত অৰুণাচল প্ৰদেশৰ নামছাই জিলাত সেনা আৰু অসম ৰাইফলছৰ যৌথ অভিযানত আলফা(স্বাধীন)ৰ স্বয়ম্ভু চাৰ্জেণ্ট মেজৰ ইৱন অসমৰ মৃত্যু হয়। এই সম্পৰ্কে আমাৰ এক বিশেষ লেখা- কি আছিল ঘটনাটো:  আলফা(স্বাধীন)ৰ দল এটা নামছাই পাৰ হোৱা বুলি চোৰাংচোৱাৰ পৰা তথ্য লাভ কৰাৰ পাছতেই যোৱা ২১ অক্টোবৰৰ মাজনিশা ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ যৌথ উদ্যোগত […]

Continue Reading

অসমৰ চাহ জনগোষ্ঠীৰ আন্দোলনঃ এটা সৰল আলোচনা

পৰিচয়ঃ অসমক চাহৰ দেশ বুলি কোৱা হয়। অসমৰ চাহে জগতজোৰা খ্যাতি লাভ কৰিছে। কিন্তু এই চাহ বাগিচাসমূহত কাম কৰি ৰাজ্যৰ অৰ্থনীতি টনকিয়াল কৰা লক্ষ্যাধিক লোক আজিও বহুতো মৌলিক সুবিধাৰ পৰা বঞ্চিত হৈ আছে। এই লোকসকলেই হ’ল অসমৰ চাহ জনগোষ্ঠী। সঘনাই আমি বাতৰি কাকতত বা টেলিভিছনত তেওঁলোকৰ আন্দোলন-প্ৰতিবাদৰ কথা শুনোঁ। এই আন্দোলনবোৰ কিয় হয়, তাৰ কাৰণসমূহ […]

Continue Reading

লুইতৰ বুকু বিদাৰি সুৰংগপথঃ বগীবিল আণ্ডাৰৱাটাৰ টানেল সম্পৰ্কত এক আলোচনা 

প্ৰস্তাৱনাঃ অসমৰ বুৰঞ্জীত প্ৰথমবাৰৰ বাবে, অসমৰ গৌৰৱৰ নদী ব্ৰহ্মপুত্ৰৰ তলেদি এক সুৰংগ পথ(Tunnel) সাজি উলিওৱা প্ৰকল্প হাতত লোৱা হৈছে। ই ভাৰতৰে ভিতৰত প্ৰথম নৈতলীয়া ৰেল আৰু স্থলপথ হ’ব। ই এক আধুনিক অভিযান্ত্ৰিক কাৰিকৰীৰ বিস্ময়কৰ সাধনা। ইয়াক বগীবিল আণ্ডাৰৱাটাৰ টানেল (Bogibeel Underwater Tunnel) বুলি কোৱা হৈছে। এই প্ৰস্তাৱিত পৰিকল্পনাত ব্ৰহ্মপুত্ৰ নদীৰ তলেদি গাড়ী আৰু ৰেল যোগাযোগ– […]

Continue Reading

জুবিন গাৰ্গঃ মহানায়কৰ মহাজীৱন আৰু মহাপ্ৰয়াণ-এক আলোচনা 

পাতনি হঠাতেই আহিছিল সেই খবৰটো। কোনো এজন অসমবাসীয়ে কেতিয়াও শুনিব নোখোজা খবৰ আছিল সেয়া। “জুবিনদা আৰু নাই!” প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰো প্ৰাণৰ আপোন জুবিন গাৰ্গ আৰু ইহ সংসাৰত নাই। যোৱা ১৯ চেপ্তেম্বৰ ২০২৫ত চিংগাপুৰত সাগৰ এখনত জলকেলি কৰি থাকোতেই সলিলত বিলিন হৈ গৈছিল জুবিন গাৰ্গৰ এই ধৰাৰ মনুস্য জীৱন। লগে লগেই যে সৰগখন ভাঙি […]

Continue Reading