দেশত নতুন এহেজাৰ টকীয়া মুদ্ৰাৰ প্ৰচলন কৰা হৈছে নেকি?

ছচিয়েল মিডিয়াৰ জৰিয়তে এখন বিশেষ ফটো সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছে । অসমতো  হোৱাটচ এপ্পৰ জৰিয়তে এই বিশেষ ফটোখন ব্যাপক ভাৱে প্ৰচাৰ হৈছে । ফটোখনত এটা মুদ্ৰা দেখা গৈছে আৰু লগত কেপচন দিয়া হৈছে যে এইয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই শেহতীয়াকৈ প্ৰচলন কৰা নতুন এহেজাৰ টকীয়া মুদ্ৰা ।  ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই সঁচাকৈ নতুন এহেজাৰ […]

Continue Reading

এইছ ডি এফ চি বেংক সঁচাকৈ দেউলীয়া হৈছে নেকি?

সম্প্ৰতি ছচিয়েল মিডিয়া যেনে ফেচবুক বা হোৱাটচ এপ্পত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । এইছ ডি এফ চি বেংকৰ এখন পাছবুকৰ প্ৰথম পৃষ্ঠাৰ এই ফটোখনে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো তোলপাৰ লগাইছে । উক্ত পাছবুকখনত এটা ষ্টাম্প দেখা গৈছে য’ত লিখা আছে যে বেংকত থকা জমা ধন ডি আই চি জি চি (DICGC) সৈতে বীমা […]

Continue Reading