২০২৪ চনৰ ৪ জুনৰ পাছত নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকিব বুলি ৰাহুল গান্ধীয়ে কোৱা নাছিল। ভিডিঅ’টো সম্পাদনা কৰা হৈছে।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ৰাহুল গান্ধীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত ৰাহুল গান্ধীয়ে এইদৰে কোৱা শুনা যায়,”২০২৪ ৰ ৪ জুনত নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকিব” (२०२४, ४ जून, नरेंद्र मोदी हिंदुस्तान के प्रधानमंत्री रहेंगे)। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”ইমান সচা কথা কোৱা মানুহ এই পৃথিৱীত দ্বিতীয় এজন নাই ।” Facebook Link | Archived […]

Continue Reading

যোগী আদিত্যনাথে মধুমেহ ৰোগৰ দৰৱৰ প্ৰচাৰ কৰা বুলি দাবী কৰা এই ভিডিঅ’টো সম্পাদনা কৰা হৈছে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মধুমেহ ৰোগৰ দৰৱৰ প্ৰচাৰ কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোৰ থাম্বনেইলত লিখা আছিল, “ভাৰত মে মধুমেহ কি মহামাৰী পৰ বিজয় প্ৰাপ্ত কি গ‌ই হ্যে! মধুমেহ কো অলৱিদা কহে” (ভাৰতত মধুমেহ জয় কৰা হৈছে! মধুমেহৰ পৰা বিদায় লওক)। ভিডিঅ’টোত যোগী আদিত্যনাথে কয় যে এই ঔষধ ভাৰতীয় বিজ্ঞানীয়ে প্ৰস্তুত […]

Continue Reading

বিজেপি পুনৰ ক্ষমতালৈ আহিলে SC, ST আৰু OBCৰ সংৰক্ষণ নোহোৱা কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল নেকি?

শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভিডিঅ’টোত অমিত শ্বাহে কোৱা শুনা যায়, “বিজেপি চৰকাৰ পুনৰ গঠন হ’লে আমি অসাংবিধানিক অনুসূচিত জাতি (SC), অনুসূচিত জনজাতি(ST) আৰু অবিচিৰ (OBC) সংৰক্ষণ বাতিল কৰিম”। Facebook Link | Archived Link  একেধৰণৰ পোষ্ট আমি ইয়াত আৰু ইয়াতো পালোঁ।  Archived Link  কিন্তু সঁচাকৈয়ে অমিত শ্বাহে তেনেকৈ কৈছিলনে?  […]

Continue Reading

ৰাহুল গান্ধীৰ এই ভিডিঅ’টো সম্পাদনা কৰা হৈছে।

শেহতীয়াকৈ হায়দৰাবাদত কংগ্ৰেছ দলৰ নিৰ্বাচনী ঘোষণাপত্ৰ উন্মোচন কৰি ৰাহুল গান্ধীয়ে দিয়া এক ভাষণ ভাইৰেল হৈছে চ’ছিয়েল মিডিয়াত। ভাইৰেল ভিডিঅ’টোত ৰাহুল গান্ধীয়ে এইদৰে কোৱা শুনা গৈছে,”আমি দেশৰ এক্স-ৰে কৰিম আৰু স্পষ্ট হ’ব — সংখ্যালঘুসকলে গম পাব যে দেশত তেওঁলোকৰ অংশ কি।” তাৰ পিছত তেওঁ কয় যে তেওঁলোকে ভাৰতৰ সম্পদ কোনটো গোটৰ হাতত আছে সেইটো জানিবলৈ বিত্তীয় […]

Continue Reading

দেশক একত্ৰিত কৰা বুলি বিজেপিক প্ৰশংসা কৰিছিল নেকি ৰাহুল গান্ধীয়ে?

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰাহুল গান্ধীৰ আন এটা ভিডিঅ’। এই ভিডিঅ’টোত ৰাহুল গান্ধীয়ে মানুহক একত্ৰিত কৰাৰ বাবে বিজেপিক প্ৰশংসা কৰি কংগ্ৰেছে ধৰ্ম আৰু জাতিৰ নামত মানুহক বিভাজন কৰে বুলি একমত হোৱা শুনা যায়। ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে এয়া কংগ্ৰেছৰ বাস্তৱ আৰু ৰাহুল গান্ধীয়ে নিজৰ দলটো উদঙাই দিলে। Facebook Link […]

Continue Reading

স্মৃতি ইৰাণীৰ এই ভাইৰেল ফটোখন সম্পাদিত।

কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণীৰ এখন ফটো চ’ছিয়েল মিডিয়াত বহুলভাৱে শ্বেয়াৰ হোৱা দেখা গৈছে। ফটোখনত মন্ত্ৰীগৰাকীক বেলী নৃত্যশিল্পীৰ পোছাক পৰিধান কৰা দেখা গৈছে। এই ফটোখন আমাৰ হোৱাটচ‌এপ নম্বৰ ৯০৪৯০৫৩৭৭০ লৈও ফ’ৰৱাৰ্ড কৰা হৈছিল আৰু ব্যৱহাৰকাৰীয়ে এই ফটোখনৰ সত্যাসত্য জানিব বিচাৰিছিল। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। […]

Continue Reading

যশোদাবেন মোদীৰ এই ফটোখন সম্পাদনা কৰা হৈছে।

দেশত লোকসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ হোৱাৰ লগে লগে বিভিন্ন পোষ্ট চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পত্নী যশোদাবেন মোদীৰ এখন ফটো ভাইৰেল হোৱা দেখা গৈছে। এই ফটোখনত যশোদাবেনক এখন কাগজ লৈ থকা দেখা গৈছে। তাত লিখা আছে এইদৰে,”सबसे पहली”गारंटी” उसने.. मुझे दी थी! बाकि आप समझदार हो!(সকলোতকৈ প্ৰথম গ্যেৰাণ্টী তেওঁ মোক দিছিল! […]

Continue Reading

ৰাহুল গান্ধীৰ এই ফটোখন সম্পাদনা কৰা হৈছে।

শেহতীয়াকৈ চ’চিয়েল মিডিয়াত ৰাহুল গান্ধীৰ এখন ফটো ভাইৰেল হৈছে। ফটোখনত ৰাহুল গান্ধীয়ে বিজেপিৰ গেৰুৱা টুপী পৰিধান কৰা দেখা গৈছে। এই ফটোখন আমাৰ হোৱাটচ‌এপ নম্বৰলৈও ফ’ৰৱাৰ্ড কৰা হৈছিল আৰু ব্যৱহাৰকাৰীয়ে এই ফটোখনৰ সত্যাসত্য জানিবলৈ বিচাৰিছিল। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি ভাইৰেল ফটোখনৰ ৰিভাৰ্চ ইমেজ চাৰ্চ […]

Continue Reading

বুৰ্জ খলিফাত শ্ৰীৰামচন্দ্ৰৰ ছবি প্ৰদৰ্শন কৰা হৈছিল নেকি?

অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী সম্পন্ন হোৱাৰ পিছতে চ’চিয়েল মেডিয়াত বিভিন্ন পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। ফেচবুকত ডুবাইৰ বুৰ্জ খলিফাৰ এখন ফটো ভাইৰেল হৈছে য’ত প্ৰদৰ্শিত হৈছে শ্ৰীৰামচন্দ্ৰৰ ছবি। ভাইৰেল পোষ্টত দাবী কৰা হৈছে যে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে বুৰ্জ খলিফাত ৰামৰ ছবি প্ৰদৰ্শন কৰা হৈছে। Facebook Link | Archived Link আমি ফেক্ট […]

Continue Reading

কিউ আৰ ক’ডৰ এই ফটোখন সম্পাদিত।

কংগ্ৰেছ দলৰ ক্ৰাউডফাণ্ডিং অভিযান ‘ড’নেট ফ’ৰ দেশ’ত ১০.১৫ কোটি টকাৰ অনুদান সংগ্ৰহ কৰা হৈছে, সৰ্বাধিক অনুদান আহিছে তেলেংগানা আৰু হাৰিয়ানাৰ পৰা। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে এই প্ৰচাৰ আৰম্ভ কৰে। কংগ্ৰেছ পাৰ্টিয়ে ভাৰতবাসীক তেওঁলোকৰ সৈতে ডিজিটেল মাধ্যমেৰে সংযোগ স্থাপন কৰি ‘দেশৰ বাবে দান’ অভিযানত যোগদান কৰিবলৈ আহ্বান জনায়। ইফালে ছ’চিয়েল মিডিয়াত […]

Continue Reading