এই ফটোখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলমান টুপী পৰিধান কৰা নাছিল।

শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। “ইজিপ্টৰ ১০০০ বছৰ পুৰণি এখন মছজিদত আমাৰ মোদী চাহাব” শীৰ্ষক ফটোখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলমান টুপী পৰিধান কৰা দেখা গৈছে। Facebook Link | Archived Link তেনেধৰণৰ পোষ্ট ইয়াত আৰু ইয়াতো চাব পাৰিব। আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। […]

Continue Reading

ইউনিফৰ্ম চিভিল কোডৰ সমৰ্থনত মিছ্ড কলৰ বাবে ভাইৰেল হোৱা নম্বৰটোৰ সত্যতা কি?

শেহতীয়াকৈ ইউনিফৰ্ম চিভিল কোড(UCC)ৰ সমৰ্থনত মিছ্ড কল দিবলৈ এটা বিশেষ নম্বৰ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। নম্বৰটো হ’ল 09090902024। এই দাবীৰে শ্বেয়াৰ হোৱা এটা পোষ্ট আমি ফেচবুকতো পালোঁ। পোষ্টটোত লিখা আছিল এইদৰে,”ইউনিফৰ্ম চিভিল কোড আইন টোক সমৰ্থন দিয়াৰ বাবে তলত উল্লেখ কৰা ওয়েভ চাইটত প্ৰৱেশ কৰি নিজৰ নাম, মোবাইল নম্বৰ, ঠিকনা আৰু জিলা, ৰাজ্যৰ […]

Continue Reading

ভাইৰেল ফটোখন টাইটান ছাবমেৰিনৰ ধ্বংসাৱশেষৰ নহয়।

টাইটানিক জাহাজৰ শতিকা পুৰণি ধ্বংসাৱশেষ চাবলৈ যাত্ৰা কৰা পাঁচজন লোকক কঢ়িয়াই নিয়া ছাবমেৰিন ‘টাইটান’ ‘কেটাষ্ট্ৰফিক ইমপ্লোজন’ (বিপৰ্যয়জনক বিস্ফোৰণ)ৰ ফলত ভাঙি টুকুৰা টুকুৰ হোৱাত ছাবমেৰিনখনত থকা কেওজন যাত্ৰীৰ মৃত্যু হৈছিল।বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে আমেৰিকাৰ ক’ষ্ট গাৰ্ডে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানী অ’চেন গেট এক্সপেডিচনে পৰিচালনা কৰা টাইটান জাহাজখন দেওবাৰে পুৱা (১৮ জুন) পৃষ্ঠ সমৰ্থন জাহাজৰ সৈতে যোগাযোগ […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লৈ থকা ফটোফ্ৰেমখনত সঁচাকৈয়ে পাকিস্তানক ধ্বংস কৰাৰ বিষয়ে লিখা আছেনে?

অলপতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন ফটো ফ্ৰেম লৈ থকা দেখা গৈছে য’ত হিন্দী ভাষাত লিখা আছিল এইদৰে,”প্ৰজাপতি মে ইতনি তাকত হ্যে কি য়ে অকেলে হি পুৰে পাকিস্তান কো তবাহ কৰ চকতা হ্যে”। অৰ্থাৎ প্ৰজাপতিৰ ইমান শক্তি আছে যে ই অকলেই সমগ্ৰ পাকিস্তানক […]

Continue Reading

বিল পৰিশোধ নকৰিলে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হ’ব বুলি এই বাৰ্তাটো এ পি ডি চি এলৰ তৰফৰ পৰা পঠিওৱা হোৱা নাই।

শেহতীয়াকৈ অসম পাৱাৰ ডিষ্ট্ৰিবিউশ্বন কোম্পানী লিমিটেডৰ পৰা বিল পৰিশোধ নকৰা আৰু সেইবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হ’ব বুলি এটা টেক্সট মেচেজ অসমৰ বহু গ্ৰাহকে লাভ কৰিছে। মেচেজটোত এটা ফোন নম্বৰ উল্লেখ কৰা হৈছে আৰু অতি শীঘ্ৰে সেই নম্বৰটোত ফোন কৰিবলৈ কোৱা হৈছে।  Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। […]

Continue Reading

এই ভিডিঅ’টো সঁচাকৈয়ে তামিলনাডুৰ হয়নে?

শেহতীয়াকৈ তামিলনাডুত উত্তৰ ভাৰতীয় প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত সংঘটিত হিংসাত্মক কাৰ্য্য হিচাপে দুষ্কৃতিকাৰীয়ে বহু মিছা ভিডিঅ’ প্ৰচাৰ কৰিছে। তামিলনাডু আৰক্ষীয়ে এই ভিডিঅ’সমূহক ৰাজ্যখনৰ প্ৰব্ৰজিত শ্ৰমিকসকলৰ মাজত বিয়পি পৰা মিছা অপপ্ৰচাৰৰ অংশ বুলি অভিহিত কৰিছে। তামিলনাডুত উত্তৰ ভাৰতীয় প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত আক্ৰমণৰ উৰাবাতৰি আৰক্ষীয়ে খাৰিজ কৰি প্ৰব্ৰজিত শ্ৰমিকৰ বাবে বিশেষ হেল্পলাইন তৈয়াৰ কৰিছে। আৰক্ষীৰ পৰা স্পষ্টীকৰণ আৰু […]

Continue Reading

২০১৪ চনলৈকে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত সঁচাকৈয়ে মাত্ৰ এখনেই দলং আছিলনে?

অলপতে এটা টুইটাৰ একাউণ্টৰ পৰা কৰা টুইট এটা আমাৰ দৃষ্টিগোচৰ হ’ল। টুইটটোত লিখা আছিল এইদৰে “২০১৪ চনলৈকে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মাত্ৰ এখনেই দলং আছিল। এই নদীয়ে উত্তৰ-পূৱক দুভাগত বিভক্ত কৰিছে। যদি শত্ৰুৱে সেই একমাত্ৰ দলঙখন কাটি পেলায়, মিলিটেৰীয়ে কি কৰিব? মানুহৰ সমস্যাবোৰ কল্পনা কৰক। আজি তাত ছখন দলং আছে। সপ্তমখন নিৰ্মাণ হৈ আছে।  লিবাৰেলসকল: ধন্যবাদ […]

Continue Reading

এই স্ক্ৰীনশ্বটকেইটা সঁচাকৈয়ে ড° হিমন্ত বিশ্ব শৰ্মাৰ টুইটৰ হয়নে?

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ দুটা পোষ্ট ফ’ৰৱাৰ্ড কৰা হৈছিল। পোষ্ট দুটা আছিল অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ টুইটৰ স্ক্ৰীনশ্বট। এটা পোষ্ট আছিল এনেধৰণৰ –”কি ভাবিছা গোটেই বছৰ মবাইল টিপি 1st div পাবা HSLC পাছ কৰাই দিয়া হৈছিল বুলি তোমালোক এইবাৰো ভাবিচা পাছ কৰিবা” Archived Link আনটো পোষ্টত লিখা আছিল এইদৰে -“সকলো ছাত্ৰ-ছাত্ৰী কে ৩০ […]

Continue Reading

এই ভিডিঅ’টোত থকা ভিডিঅ’ ক্লিপসমূহ তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ হয়নে?

যোৱা ৬ ফেব্ৰুৱাৰী তাৰিখে তুৰস্কত আৰু ছিৰিয়াত হোৱা ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত এতিয়ালৈকে চৈধ্য হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। এই ঘটনাৰ পাছতে চ’চিয়েল মেডিয়াত তুৰস্ক আৰু ছিৰিয়াৰ ভূমিকম্পৰ বুলি বিভিন্ন ফটো আৰু ভিডিঅ’শ্বেয়াৰ হোৱা দেখা গৈছে।  তেনেধৰণৰ দাবীৰে এটা ভিডিঅ’ ফেচবুকত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত তুৰস্কত শেহতীয়াকৈ হোৱা ভূমিকম্পৰ বুলি কেইবাটাও ভিডিঅ’ ক্লিপ সংলগ্ন […]

Continue Reading

এই ফটোখন তুৰস্কত শেহতীয়াকৈ হোৱা ভূমিকম্পৰ নহয়

যোৱা ৬ ফেব্ৰুৱাৰী তাৰিখে তুৰস্কত আৰু ছিৰিয়াত হোৱা ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত এতিয়ালৈকে পাঁচ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। এই ঘটনাৰ পাছতে চ’চিয়েল মেডিয়াত তুৰস্ক আৰু ছিৰিয়াৰ ভূমিকম্পৰ বুলি বিভিন্ন ফটো আৰু ভিডিঅ’শ্বেয়াৰ হোৱা দেখা গৈছে। তেনেধৰণৰ দাবীৰে এখন ফটো ফেচবুকত ভাইৰেল হোৱা দেখা গৈছে । ফটোখনৰ তলতে লিখা আছিল এইদৰে “তুৰ্কী আৰু ছিৰিয়াত বৰভূইকঁপত […]

Continue Reading