উত্তৰাঞ্চল বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত গেৰুৱা ৰঙৰ স্কাৰ্ফ পিন্ধাটো বাধ্যতামূলক নেকি ?

শেহতীয়াভাৱে উত্তৰাখণ্ডৰ উত্তৰাঞ্চল বিশ্ববিদ্যালয়ে সমাৱৰ্তন অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক ড্ৰেছ কোড প্ৰৱৰ্তন কৰি ক’লা গাউন আৰু টুপিৰ সলনি বাধ্যতামূলকভাৱে গেৰুৱা ৰঙৰ স্কাৰ্ফ পিন্ধিব লাগিব বুলি দাবী কৰা এদল ছাত্ৰ-ছাত্ৰীৰ এখন ফটো ভাইৰেল হৈ পৰিছে। আমাৰ WhatsApp Tipline নম্বৰ 9049053770 ত ইয়াৰ সত্যতা নিৰূপণৰ অনুৰোধৰ সৈতে সেই ফটোখন এগৰাকী ব্যৱহাৰকাৰীয়ে আমালৈ প্ৰেৰণ কৰিছিল।  Archived Link আমি […]

Continue Reading

এই ভিডিঅ’টোত নাচি থকা বৃদ্ধাগৰাকী বলিউড অভিনেত্ৰী বৈজয়ন্তীমালা হয় নেকি ? সত্যটো কি?  

শেহতীয়াভাৱে বলীউডৰ প্ৰবীন অভিনেত্ৰী বৈজয়ন্তীমালা বুলি এগৰাকী বৃদ্ধাই দ্ৰুত তালত নৃত্য কৰা ভিডিঅ’ এটা  ভাইৰেল হৈ পৰিছিল । ভিডিঅ’টোত বৃদ্ধাগৰাকীক আন কেইগৰাকীমান মহিলাই পিছফালৰ পৰা চম্ভালি থকাও দেখা গৈছে।  ৯৯ বছৰ বয়সত অভিনেত্ৰী বৈজয়ন্তীমালাই নৃত্য কৰা বুলি দাবী কৰি সেই ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে। আমাৰ ফেক্টলাইন নম্বৰ +91 90490 53770ত সেই ভিডিঅ’টো প্ৰেৰণ কৰি এগৰাকী […]

Continue Reading