ভাৰতীয় ৰিজাৰ্ভ বেংকে বৰ্তমানৰ মুদ্ৰা আৰু বেংকনোটৰ কোনো পৰিৱৰ্তন বিবেচনা কৰা নাই

শেহতীয়াকৈ ছ’চিয়েল মিডিয়া ফেচবুকত বিভিন্ন পোষ্ট শ্বেয়াৰ কৰা হৈছিল যে ভাৰতীয় টকাৰ নোটখনত গান্ধীৰ ছবিৰ সলনি ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু এ পি জে আব্দুল কালামৰ ছবি থাকিব। এনে ধৰণৰ বিভিন্ন পোষ্ট অসমত ফেচবুকৰ যোগেদি ভাইৰেল হৈ পৰিছে । বিভিন্ন ফেচবুক প্ৰফাইল তথা পে’জৰ পৰা এনে ধৰণৰ দাবী সম্বলিত পোষ্ট আপলোড তথা শ্বেয়াৰ কৰা দেখা গৈছে । […]

Continue Reading

ইণ্ডিয়ান অইলে ইন্ধন টেংক সম্পূৰ্ণকৈ ভৰ্তি কৰিবলৈ মানা কৰা নাই

যোৱা কিছুদিন ধৰি হোৱাটচ‌এপ যোগে এটা বিশেষ বাৰ্তা প্ৰচাৰ হোৱা দেখা গৈছে। সেই বাৰ্তাটো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও আহিছে। বাৰ্তাটোত ইণ্ডিয়ান অইলৰ পৰা অহা এটি সতৰ্কবাণীৰ এখন ফটো শ্বেয়াৰ কৰা হৈছে। Archived Link ফটোখনত ইণ্ডিয়ান অইলৰ ল’গ’সহ লিখা বাৰ্তাটো এনেধৰণৰ : “অনাগত দিনবোৰত তাপমাত্ৰা বৃদ্ধিৰ সম্ভাৱনা আছে, সেয়ে আপোনাৰ বাহনত পেট্ৰ’ল সম্পূৰ্ণৰূপে উচ্চ সীমালৈ নভৰাব। অন্যথা […]

Continue Reading