এক নদীবান্ধৰ পৰা তীব্ৰ সোঁতত পানী এৰি দিয়াৰ ভাইৰেল ভিডিঅ’টো ভূটানৰ নহয়!

যোৱা কেইবাদিনৰপৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ বিভিন্ন ঠাইৰ নদ-নদী সমূহ ওফন্দি পৰি ভয়ংকৰ বানপানীৰ সৃষ্টি হৈছে। বিশেষকৈ নামনি অসমৰ বিভিন্ন ঠাইত বিস্তৰ ক্ষতিসাধন হৈছে।  এনে সময়তে এটা বিশেষ ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হৈছে। ভিডিঅ’টোত দেখুওৱা হৈছে এটা নদীবান্ধ, য’ৰপৰা তীব্ৰ সোঁতত পানী এৰি দিয়া হৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ’টো ভূটানৰ আৰু ভূটানে […]

Continue Reading

স্কুটাৰ সহ খাৱৈত পৰা এহাল দম্পতীৰ এই ভাইৰেল ভিডিঅ’টো গুৱাহাটীৰ নহয়!

দেশত বাৰিষা আৰম্ভ হোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াৰ যোগেদি বহু ভিডিঅ’ পোহৰলৈ আহিছে য’ত মানুহে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সংগ্ৰাম কৰি আছে। বানপানীয়ে অসমত বিধ্বংসী ৰূপ ধাৰণ কৰিছে আৰু ৯ জন লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ ফলত অসমত বানপানীত মৃত্যু হোৱা লোকৰ সংখ্যা ৭১ জনলৈ বৃদ্ধি পাইছে। ইফালে ফেচবুকত বানপানীৰ সৈতে সম্পৰ্ক থকা বিভিন্ন ভিডিঅ’ অসমৰ […]

Continue Reading