ৰাজপথত মাছৰ উজান! এই ভিডিঅ’টো গুৱাহাটী মহানগৰীৰ নহয়! 

পুনৰ বানত বুৰ গৈছে গুৱাহাটী মহানগৰী । বৰষুণ আহিলেই একাঠু পানীৰে ভৰি পৰে গুৱাহাটীৰ ৰাজপথ আৰু স্তব্ধ হৈ পৰে জনজীৱন। গুৱাহাটী মহানগৰীৰ ৰাজপথত কোনো কোনো সময়ত আনকি মাছৰ উজান উঠাও দেখা গৈছে এনে কৃত্ৰিম বানৰ সময়ত ।  এনে সময়তে এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ফেচবুকত । দাবী কৰা হৈছে যে এইয়া গুৱাহাটী মহানগৰীৰ ৰাজপথৰ […]

Continue Reading

পাকিস্তানৰ এক পুৰণি প্ৰতিবাদৰ ভিডিঅ’ ভাৰতৰ কেৰেলাত শেহতীয়াকৈ নুপুৰ শৰ্মাৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ ভিডিঅ’ বুলি ভুলকৈ প্ৰচাৰ হৈছে!

হজৰত মহম্মদক লৈ বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মাই কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰা বুলি দাবী কৰি বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । এনে এটা ভিডিঅ’ত দেখা গৈছে যে ৰাস্তাৰ কাষত থিয় হৈ মানুহে পাকিস্তানৰ পতাকা জোকাৰি থকাৰ সময়তে ৰাস্তাত এখন ভাৰতীয় ত্ৰিৰংগা পতাকাৰ ওপৰেৰে কেইবাখনো বাহন পাৰ হৈ গৈছে […]

Continue Reading