FACT CHECK: এই ‘জীৱ’টো বিহাৰৰ আকাশৰ পৰা সৰি পৰা নাই!

শেহতীয়াভাৱে অসমত ফেচবুকত এটা সৰু ভিডিঅ’ ক্লিপ ভাইৰেল হৈ পৰিছে এই দাবীৰে যে বিহাৰৰ দৰভাংগাৰ ওচৰত আকাশৰ পৰা এটা জীৱ সৰি পৰিছে। বিশেষ সেই ফেচবুক পোষ্টটো ভাইৰেল হৈ পৰিছে আৰু ৰাজ্যখনত বিভিন্নজনে সেই চুটি ভিডিঅ’ ক্লিপটো আপলোড আৰু শ্বেয়াৰ কৰি আছে। Original Link- Facebook | Archived Link Original Link- Facebook | Archived Link Original Link- […]

Continue Reading

FACT CHECK: এৰমেছে তেওঁলোকৰ বৰ্ষপুৰ্তি উদযাপন উপলক্ষে বিনামূল্যে বেগ বিতৰণ নকৰে

এটা ফৰৱাৰ্ড মেছেজ হোৱাটছএপত ভাইৰেল হৈ পৰিছে এইটো দাবীৰে যে ফ্ৰেঞ্চ লাগজাৰী গুড মেন্যুফেকছাৰাৰ এৰমেছে তেওঁলোকৰ ১৮৪সংখ্যক বৰ্ষপুৰ্তি উদযাপনৰ অংশ হিচাপে বিনামূলীয়াকৈ বেগ প্ৰদান কৰিব। ব্যৱহাৰকাৰীয়ে কেৱল লিংকটোত ক্লিক কৰি ৰেজিষ্টাৰ কৰিলেই হ’ল। Archived Link এৰমেছ হৈছে বিখ্যাত বিৰকিন বেগ আৰু আন কিছু বিলাসী সামগ্ৰীৰ প্ৰস্তুতকৰ্তা। একেটা মেছেজেই আমাৰ ২৪ঘন্টা আৰু সাতো দিন খোলা থকা […]

Continue Reading

FACT CHECK: হোৱাটছএপে আপোনাৰ কল ৰেকৰ্ড নকৰে,ফোনসমুহ চৰকাৰৰ দ্বাৰা পৰ্যবেক্ষণত ৰখা নহ’ব

হোৱাটছএপ ব্যৱহাৰকাৰীসকলৰ মাজত এটা মেছেজ প্ৰচলন কৰা হৈছে য’ত দাবী কৰা হৈছে যে হোৱাটছএপৰ ফোনকল সমুহ ৰেকৰ্ড হ’ব,ফোনবোৰ মনিটৰ কৰা হ’ব আৰু মন্ত্ৰালয়ৰ সৈতে সংযুক্ত হোৱাৰ পিছত আপোনাৰ তথ্যসমুহ চৰকাৰে পৰীক্ষা কৰিব।কিন্তু আমাৰ অনুসন্ধানে উন্মোচিত কৰিছে যে এইটোও এটা ভূৱা মেছেজ হে।  এটা ভাইৰেল হোৱাটছএপ মেছেজত দাবী কৰা হৈছে যে কাইলৈৰ পৰা(দিনটো নিৰ্দিষ্টকৈ নাই) হোৱাটছএপৰ […]

Continue Reading

FACT CHECK: ছোনিয়া গান্ধীৰ ফটোৰ মৰ্ফ কৰা বেকড্ৰপ ভাইৰেল হৈ পৰিছে।

কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ এইখন ফটো ভাইৰেল হৈ পৰিছে,য’ত তেওঁৰ পিছৰফালৰ কিতাপৰ চেল্ফখনত এখন কিতাপ ৰখা হৈছে,যাৰ নাম, “How to convert India into Christian Nation”। চেল্ফখনত যীশু খ্ৰীষ্টৰ এটা প্ৰতিমুৰ্তি আৰু এখন পৱিত্ৰ বাইবেলো ৰখা হৈছে। Original Link- Facebook | Archived Link ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে দাবীটো ভূৱা আৰু সেই ফটোখন আচলতে মৰ্ফ […]

Continue Reading