FACT CHECK: আজিম প্ৰেমজীয়ে চৰকাৰে অনুমতি দিলে ৫০কোটি ভাৰতীয়ক দুই মাহৰ ভিতৰত কৰোণাভাইৰাছৰ ভেকচিন প্ৰদান কৰিব বুলি দাবী কৰা নাই ।

শেহতীয়াভাৱে অসমত এটা দাবী ভাইৰেল হৈ পৰিছে যে ৱিপ্ৰ’ৰ প্ৰতিস্থাপক তথা সমাজসেৱক আজিম প্ৰেমজীয়ে কৈছে যে যদি চৰকাৰে তেওঁক অনুমতি প্ৰদান কৰে তেনেহলে তেওঁ দুমাহৰ ভিতৰতেই ভাৰতৰ ৫০কোটী জনগনক কৰোণাভাইৰাছৰ ভেকচিন প্ৰদান কৰিব। হোৱাটছএপত বিয়পি পৰাৰ সমান্তৰালভাৱে এই পোষ্ট ফেচবুকতো ভাইৰেল হৈ পৰিছে।  Original Link- Facebook link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই আমাৰ […]

Continue Reading