‘মটৰ ইন্সুৰেন্স ক্লেইম’ৰ বাবে বৈধ প্ৰদূষণ প্ৰমাণপত্ৰ বাধ্যতামূলক কৰা হোৱা নাই!

সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ বাৰ্তা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত ভাইৰেল বাৰ্তাটোত দাবী কৰা হৈছে যে যদি কোনো মটৰ বাহনৰ প্ৰদূষণ প্ৰমাণপত্ৰৰ বৈধতাৰ দিন উকলি গৈছে আৰু উক্ত বাহনখনৰ কোনো দুৰ্ঘটনা হয় তেন্তে বীমা কোম্পানীয়ে দুৰ্ঘটনাৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বীমা সুৰক্ষা প্ৰদান নকৰে । ইঞ্চুৰেঞ্চ ৰেগুলেটৰি এণ্ড ডেভেলপমেণ্ট অথৰিটি অফ ইণ্ডিয়া’য়ে (IRDAI) […]

Continue Reading

এই সৰু ল’ৰাজনে উক্ত চেণ্ড আৰ্টটো বনোৱা নাই!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ ছচিয়েল মিডিয়া বিশেষকৈ ফেচবুকত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফটোখনত সৰু ল’ৰা এটা তেওঁৰ  মুখাৱয়বৰ বালিত বনোৱা এক চেণ্ড আৰ্টৰ কাষত বহি আছে । দাবী কৰা হৈছে যে উক্ত চেণ্ড আৰ্টটো সেই সৰু ল’ৰাজনে নিজেই বনাইছে । বিভিন্নজনে এই ফটোখন ফেচবুকত আপলোড কৰিছে আৰু উক্ত ল’ৰাজনৰ প্ৰতিভাক […]

Continue Reading

মোগল গাৰ্ডেনৰ নাম সলনি কৰা হব বুলি ভুৱা বাতৰি প্ৰচাৰ হৈছে!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ ছচিয়েল মিডিয়া বিশেষকৈ ফেচবুকত এক বিশেষ বাতৰি ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে ৰাষ্ট্ৰপতি ভৱনত থকা মোগল গাৰ্ডেনৰ নাম সলনি কৰি দেশৰ প্ৰথমজন ৰাষ্ট্ৰপতিৰ নামত ‘ৰাজেন্দ্ৰ প্ৰসাদ গাৰ্ডেন’ কৰা হব । বিভিন্নজনে এই বিষয়ে ফেচবুকত পোষ্ট আপলোড তথা শ্বেয়াৰ কৰা দেখা গৈছে ।  চিন্ময় শৰ্মা নামৰ এক […]

Continue Reading

ফটোখনত দেখা দম্পতীহাল দাবী কৰাৰ দৰে মাক-পুতেক নহয়!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ টুইটাৰ পোষ্টৰ স্ক্ৰীনশ্বট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত টুইটাৰ পোষ্টটোত দাবী কৰা হৈছে যে পোষ্টটোত সংলগ্ন ফটোখনত দেখা দম্পতীহাল আচলতে মাক-পুতেক হয় আৰু তেওঁলোকৰ বিবাহৰ পাছত এক তিনি বছৰীয়া সন্তানও আছে । উক্ত টুইটাৰ পোষ্টৰ স্ক্ৰীনশ্বটটোক লৈ ছচিয়েল মিডিয়াত চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু বিভিন্নজনে এই […]

Continue Reading

এইজন বাহৰেইনৰ ৰজা আৰু তেওঁৰ ৰবট বদিগাৰ্ড নহয়!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত আমি এটা প্ৰকাণ্ড ৰবটক খোজ কাঢ়ি আহি থকা দেখিছোঁ আৰু এই ৰবটটোৰ আগে আগে এজন মানুহক খোজ কাঢ়ি আহি থকা দেখিছোঁ । আন উপস্থিত লোকসকলে তেওঁলোকৰ ফটো আৰু ভিডিঅ’ ৰেকৰ্ড কৰিবলৈ চেষ্টা কৰা দেখা গৈছে । দাবী কৰা হৈছে […]

Continue Reading

ভগৱান শ্ৰীকৃষ্ণৰ বিতৰ্কিত পেইণ্টিং’ ২০১৫ চনৰ ঘটনা হয়, দোষীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এখন বিশেষ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ফটোখনত ভগৱান শ্ৰীকৃষ্ণ আৰু গোপীসকলক আপত্তিজনক ভাৱে উপস্থাপন কৰা দেখা গৈছে । উক্ত ফটোখন ফেচবুকত ভাইৰেল হৈ পৰিছে আৰু টুইটাৰত ট্ৰেণ্ডিং হৈ থকা দেখা গৈছে । কিছু লোকে দাবী কৰিছে যে এই পেইণ্টিংখন বৰ্তমান গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত এক প্ৰদৰ্শনীৰ অংশ […]

Continue Reading

স্বাধীনতা দিৱস উপলক্ষে জম্মু কাশ্মীৰৰ লাল চৌকত জাতীয় পতাকা উত্তোলন কৰা নাছিল!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এখন বিশেষ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত ফটোখনত দেশৰ জাতীয় পতাকাখন দেখা গৈছে । দাবী কৰা হৈছে যে স্বাধীনতা দিৱস উপলক্ষে জম্মু কাশ্মীৰৰ লাল চৌকত দেশৰ জাতীয় পতাকা উত্তোলন কৰা হৈছে আৰু এইখন তাৰেই ছবি । উক্ত ফটোখন বিভিন্নজনে ফেচবুকত আপলোড কৰিছে আৰু শ্বেয়াৰ কৰি ভাইৰেল […]

Continue Reading

এই ভিডিঅ’টোত ভেকচিন গ্ৰহণ কৰি থকা ছোৱালীজনী ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ কন্যা নহয়!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ সমগ্ৰ বিশ্বতে ক’ৰনা ভাইৰাছ ৰোগে ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়তে ৰাছিয়াত বিশ্বৰ প্ৰথমটো ক’ৰনা ভাইৰাছৰ ভেকচিন মানৱ দেহত প্ৰয়োগৰ বাবে সাজু হৈ উঠিছে বুলি এক বাতৰি ভাইৰেল হৈ পৰিছে । ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ৰাছিয়াই বিশ্বৰ প্ৰথমটো ক’ৰনা প্ৰতিৰোধী ভেকচিন প্ৰস্তুত কৰি উলিয়াইছে বুলি ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে । […]

Continue Reading

ভাৰতৰ ছাত্ৰয়ে আৱিষ্কাৰ কৰা ক’ৰনা ৰোগৰ দৰৱক বিশ্ব স্বাস্থ্য সংস্থায়ে অনুমোদন জনাইছে বুলি ভুৱা বাৰ্তা ভাইৰেল!

সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ বাৰ্তা হোৱাটচ এপ্পত ভাইৰেল হৈ পৰিছে । এই বাৰ্তাটোত দাবী কৰা হৈছে যে ভাৰতৰ পণ্ডিচেৰী ইউনিভাৰ্চিটিৰ ৰামু নামৰ এজন শিক্ষাৰ্থীয়ে ক’ৰনা ভাইৰাছ ৰোগৰ ঘৰুৱা দৰৱ বা উপশম বিচাৰি উলিয়াইছে আৰু ইয়াক বিশ্ব স্বাস্থ্য সংস্থায়ে স্বীকৃতি দিছে ।  দাবী কৰা হৈছে যে ১ চামুচ ক’লা জালুক ২ চামুচ মৌ আৰু অলপ […]

Continue Reading

এই ভাইৰেল ফটোখন বোকাখাটৰ কাজিৰঙা অভয়াৰণ্যত থকা এখন চাহ বাগিছাৰ নহয়!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ অসমত ফেচবুকৰ জৰিয়তে এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফটোখনত এখন চাহ বাগানৰ মাজত এটুকুৰা মনমোহা মুকলি ঠাই দেখা গৈছে আৰু নাতি দূৰত এখন পাহাৰ দেখা গৈছে । দাবী কৰা হৈছে যে এই ফটোখন বোকাখাটৰ কাজিৰঙা অভয়াৰণ্যত থকা এখন চাহ বাগিছাৰ হয় ।  ‘আছামিজ অনলাইন’ নামৰ এক ফেচবুক […]

Continue Reading