ভূটানে ভাৰতলৈ পানী যোগান বন্ধ কৰা নাই!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ ভূটানে অসমলৈ পানী বৈ অহাৰ পথ ৰুদ্ধ কৰিছে বুলি এক বাতৰি ভাইৰেল হৈ পৰিছে । ছচিয়েল মিডিয়াত এই বিষয়ে বিভিন্ন পোষ্ট শ্বেয়াৰ কৰা হৈছে আৰু বাতৰিটোৱে সমগ্ৰ দেশৰ লগতে অসমত খলকনিৰ সৃষ্টি কৰিছে । ইয়াকে লৈ আনকি যোৱা সোমবাৰে অসম-ভূটান সীমামূৰীয়া অঞ্চলৰ স্থানীয় কৃষক সকলে এক […]

Continue Reading

বাঘ আৰু গৰুৰ নিবিড় সম্পৰ্কৰ এই ঘটনাটো বা ভাইৰেল ফটোকেইখন অসমৰ নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ বাঘ আৰু গৰুৰ একেলগে থকা কেইখনমান ফটোৱে ছচিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছে । দাবী কৰা হৈছে যে এই ফটোকেইখন অসমৰ হয় আৰু উক্ত বাঘটোক সৰুতে এই গৰুজনীয়ে গাখীৰ খুৱাইছিল আৰু সেইবাবে বাঘটোৱে এতিয়া ডাঙৰ হৈ গৰুজনীৰ ওচৰলৈ আহে আৰু কোনো অপকাৰ নকৰে ।  এই সম্পৰ্কে হোৱাটচ এপ্পত আমাক কিছু […]

Continue Reading

চিপিআই(এম) নেতা সীতাৰাম য়েচুৰীয়ে ভাৰতীয় সৈন্যৰ বিৰুদ্ধে আৰু চীনৰ সমৰ্থনত শ্লোগান থকা বেনাৰ লৈ প্ৰতিবাদ কৰিছিল নেকি?

সংৰক্ষিত লিংক শেহতীয়াকৈ লাডাখৰ গলৱান উপত্যকাত চীনা আৰু ভাৰতীয় সৈন্যৰ মাজত হোৱা সংঘৰ্ষত ভাৰতৰ প্ৰায় ২০ গৰাকী সেনা জোৱানৰ মৃত্যু হৈছে । দুয়োখন দেশৰ মাজত পৰিস্থিতি যথেষ্ট উত্তেজনা পূৰ্ণ হৈ আছে আৰু ভাৰতত চীনৰ বিৰুদ্ধে এক জনজাগৰণ সৃষ্টি হোৱা দেখা গৈছে । এনে সময়তে এখন বিশেষ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ফটোখনত চিপিআই(এম) […]

Continue Reading

প্ৰাক্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে ভাষণ দি থকা এই ফটোখন ‘গলৱান’ত তোলা নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ লাডাখৰ গলৱান উপত্যকাত চীনা আৰু ভাৰতীয় সৈন্যৰ মাজত হোৱা সংঘৰ্ষত ভাৰতৰ ২০ গৰাকী সেনা জোৱানৰ মৃত্যু হৈছে । দুয়োখন দেশৰ মাজত পৰিস্থিতি যথেষ্ট উত্তেজনা পূৰ্ণ হৈ আছে । এই ক্ষেত্ৰত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী বহুত সমালোচনাৰ সম্মুখীন হবলগীয়া হৈছে, বিশেষকৈ বিৰোধী দল কংগ্ৰেছে লাধাখৰ পৰিস্থিতিৰ বাবে মোডীক জগৰীয়া […]

Continue Reading

সুশান্ত সিং ৰাজপুতৰ পোহনীয়া ক’লা লেব্ৰেডৰ কুকুৰটোৰ মৃত্যু হোৱা নাই!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ দেশকে জোকাৰি গৈছে । উদীয়মান অভিনেতাজনে অনুৰাগীসকলক কেইবাখনো হিট চিনেমা উপহাৰ দি থৈ গৈছে । তেওঁৰ এটা পোহনীয়া ক’লা লেব্ৰেডৰ কুকুৰ আছিল যি তেওঁৰ খুব প্রিয় আছিল বুলি জনা যায় । দুয়োৰে একেলগে থকা কেইবাখনো ফটো আৰু কেইবাটাও ভিডিঅ’ সম্প্ৰতি ভাইৰেল […]

Continue Reading

এইখন শেহতীয়াকৈ লাডাখত চীন-ভাৰত সংঘৰ্ষত মৃত্যুবৰণ কৰা চীনা সৈন্যৰ তালিকা নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ লাডাখৰ গলৱান উপত্যকাত চীনা আৰু ভাৰতীয় সৈন্যৰ মাজত হোৱা সংঘৰ্ষত ভাৰতৰ ২০ গৰাকী সেনা জোৱানৰ মৃত্যু হৈছে । দুয়োখন দেশৰ মাজত পৰিস্থিতি যথেষ্ট উত্তেজনা পূৰ্ণ হৈ আছে । সংঘৰ্ষত চীনৰ ফালৰ সৈন্যৰ হতাহতিৰ বিষয়ে কোনো তথ্য বৰ্তমানলৈকে ৰাজহুৱা কৰা হোৱা নাই ।  এনে সময়তে ছচিয়েল মিডিয়াত এই বিষয়ে বিভিন্ন […]

Continue Reading

ঘৰুৱা ক’ভিড মেডিকেল কিটত থাকিবলগীয়া সামগ্ৰী আৰু ‘ক’ভিড-১৯’ৰ তিনিটা ষ্টেজৰ বিষয়ে এই বার্তাটো ‘টাটা হেলথ’ৰ ফালৰ পৰা প্ৰচাৰ কৰা নাই!

সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় চাৰি লাখ ৪০ হেজাৰতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৮০.৬ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ৩ লাখ ৬৭ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ১২ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে […]

Continue Reading

এইখন হেকাৰ ‘হামজা বেনডেল্লাজ’ৰ ফটো নহয় আৰু তেওঁক ফাঁচী দিয়া নাই!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ এখন বিশেষ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ফটোখনত এজন যুৱকক ফাঁচী কাঠত থিয় হৈ, ফাঁচীৰ আগমুহূৰ্তত হাঁহি থকা দেখা গৈছে । ফটোখনে সমগ্র বিশ্বতে খলনকণি তুলিবলৈ সক্ষম হৈছে । ফেচবুকত উক্ত ফটোখন ব্যাপক ভাৱে শ্বেয়াৰ হৈছে । বিভিন্নজনে দাবী কৰিছে যে এই ফটোখন হামজা বেনডেল্লাজ নামৰ এজন […]

Continue Reading

ৰাহুল গান্ধীয়ে ‘সুশান্ত সিং ৰাজপুত’ক ‘ক্ৰিকেটাৰ’ বুলি অভিহিত কৰা নাই!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ দেশকে জোকাৰি গৈছে । উদীয়মান অভিনেতাজনে অনুৰাগী সকলক কেইবাখনো হিট চিনেমা উপহাৰ দি থৈ গৈছে । ইয়াৰ মাজত তেওঁ ভাৰতীয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনিৰ চৰিত্ৰ ৰূপায়ন কৰা চিনেমাখন লেখত লবলগীয়া আৰু এই চিনেমাখনে দর্শকৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ।  […]

Continue Reading

ক’ৰনা এক ভাইৰাছ হয়, বেক্টেৰিয়া নহয়!

সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় চাৰি লাখতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৭২.৭ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ২ লাখ ৯৮ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ৮ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে । অসমতো […]

Continue Reading