কাজিৰঙাৰ এই নান্দনিক ফটোবোৰ লক ডাউনৰ সময়ত তোলা নহয়!

ফেচবুক পোষ্ট  । সংৰক্ষিত পোষ্ট  যিসময়ত ভাৰতত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ দিনক দিনে বাঢ়িব ধৰিছে আৰু ভাৰতত ৩ মে’, ২০২০ তাৰিখে সমাপ্ত হবলগীয়া লক ডাউন দুসপ্তাহ বঢ়াই দিয়া হৈছে, সেই সময়তে লক ডাউন সম্পৰ্কীয় বিভিন্ন ফেচবুক আৰু টুইটাৰ পোষ্ট ছচিয়েল মিডিয়াত ভাইৰেল হব ধৰিছে ।কেইবা সপ্তাহৰ লক ডাউনৰ পাছত দেশত প্ৰদূষণ কমি গৈছে আৰু জীৱ-জন্তু, গছ-গছনিৰ […]

Continue Reading

পুৰণি ভিডিঅ’ প্ৰচাৰ কৰি ঋষি কাপুৰৰ অন্তেষ্টিক্ৰিয়াৰ সময়ত সামাজিক দূৰত্বৰ নিয়ম মানি চলা নাছিল বুলি দাবী কৰা হৈছে!

সংৰক্ষিত লিংক ক’ৰনা ভাইৰাছৰ আতংকৰ মাজতে ভাৰতে শেহতীয়াকৈ বলিউডৰ দুজনকৈ কিংবদন্তি অভিনেতা ২৪ ঘণ্টাৰ ভিতৰত হেৰুৱালে । ইৰফান খান আৰু ঋষি কাপুৰ নামৰ দেশৰ অভিনয় জগতৰ দুজনকৈ উজ্জ্বল নক্ষত্ৰ হেৰুৱাই দেশবাসী শোকত ম্ৰিয়মান হৈ পৰিছে । ঋষি কাপুৰে যোৱা ৩০ এপ্ৰিল, ২০২০ তাৰিখে, ৬৭ বছৰ বয়সত, কেঞ্চাৰ ব্যাধিৰ সৈতে দুবছৰতকৈ বেছি যুঁজি অৱশেষত হাৰ মানি […]

Continue Reading

এইটো অভিনেতা ঋষি কাপুৰৰ অন্তিম ভিডিঅ’ নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক ক’ৰনা ভাইৰাছৰ আতংকৰ মাজতে ভাৰতে শেহতীয়াকৈ বলিউডৰ দুজনকৈ কিংবদন্তি অভিনেতা ২৪ ঘণ্টাৰ ভিতৰত হেৰুৱালে । ইৰফান খান আৰু ঋষি কাপুৰ নামৰ দেশৰ অভিনয় জগতৰ দুজনকৈ উজ্জ্বল নক্ষত্ৰ হেৰুৱাই দেশবাসী শোকত ম্ৰিয়মান হৈ পৰিছে । ঋষি কাপুৰে যোৱা ৩০ এপ্ৰিল, ২০২০ তাৰিখে, ৬৭ বছৰ বয়সত, কেঞ্চাৰ ব্যাধিৰ সৈতে দুবছৰতকৈ বেছি যুঁজি […]

Continue Reading