FACT CHECK: হোৱাটছএপে আপোনাৰ কল ৰেকৰ্ড নকৰে,ফোনসমুহ চৰকাৰৰ দ্বাৰা পৰ্যবেক্ষণত ৰখা নহ’ব
হোৱাটছএপ ব্যৱহাৰকাৰীসকলৰ মাজত এটা মেছেজ প্ৰচলন কৰা হৈছে য’ত দাবী কৰা হৈছে যে হোৱাটছএপৰ ফোনকল সমুহ ৰেকৰ্ড হ’ব,ফোনবোৰ মনিটৰ কৰা হ’ব আৰু মন্ত্ৰালয়ৰ সৈতে সংযুক্ত হোৱাৰ পিছত আপোনাৰ তথ্যসমুহ চৰকাৰে পৰীক্ষা কৰিব।কিন্তু আমাৰ অনুসন্ধানে উন্মোচিত কৰিছে যে এইটোও এটা ভূৱা মেছেজ হে। এটা ভাইৰেল হোৱাটছএপ মেছেজত দাবী কৰা হৈছে যে কাইলৈৰ পৰা(দিনটো নিৰ্দিষ্টকৈ নাই) হোৱাটছএপৰ […]
Continue Reading