অসমত কোনো সোপাধৰা ওলোৱা নাই
শেহতীয়াকৈ অসমৰ বিভিন্ন চ’চিয়েল মেডিয়াত এক বিশেষ বাতৰি বিয়পি পৰিছে। অসমৰ বিভিন্ন প্ৰান্তত “সোপাধৰা” / শিশু অপহৰণকাৰী চক্ৰ সক্ৰিয় হৈ থকা বুলি বিভিন্নজনে চ’চিয়েল মেডিয়াত পোষ্ট শ্বেয়াৰ কৰা দেখা গৈছে। Facebook Link | Archived Link এনেধৰণৰ পোষ্ট ইয়াত আৰু, ইয়াতো দেখিবলৈ পাব। তদুপৰি সোপাধৰা সন্দেহত অসমৰ বিভিন্ন ঠাইত বিভিন্ন বিক্ষিপ্ত ঘটনাৰ বাতৰিও দেখিবলৈ পোৱা গ’ল। […]
Continue Reading