সিংহই বিচৰণ কৰি থকা এই ভিডিঅ’টো অসমৰ নহয়
শেহতীয়াকৈ এটা বিশেষ ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত এটা সিংহই গৰ্জন কৰি থকা দেখা গৈছে আৰু দাবী কৰা হৈছে যে ভিডিঅ’টো অসমৰ কৰিমগঞ্জৰ কলকলিৰ। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি ৰিভাৰ্চ ইমেজ চাৰ্চ কৰি ২০২০ চনৰ ২৭ অক্টোবৰত “SabiSabiReserve” […]
Continue Reading