FACT CHECK: ব্ৰাজিলৰ ভিডিঅ’ জন্মু-কাশ্মীৰত পুলিচে এটা উগ্ৰপন্থীক ধৰাসায়ী কৰা বুলি প্ৰচাৰ কৰা হৈছে

এগৰাকী পুলিচে এজন মটৰ চাইকেল আৰোহীক ট্ৰাফিক ইন্টাৰচেকছনত ধৰাসায়ী কৰি পেলোৱা এটা ভিডিঅ’ এই দাবীৰে ভাইৰেল হৈ পৰিছে যে সেয়া জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ দৃশ্য। ভিডিঅ’টোত দেখা গৈছে যে পুলিচৰ গাড়ী এখনে মটৰচাইকেলখনক প্ৰায় খুন্দিয়াব ধৰিছে আৰু আৰোহীজনে পৰি গৈছে, সেই সময়তে পুলিচে কৰায়ত্ব কৰিছে। আৰোহীজনে পলাবলৈ চেষ্টা কৰে আৰু সেই সময়তে পুলিচে তাক বগৰাই ধৰে। তেনেকুৱা […]

Continue Reading