প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংৰক্ষণৰ বিৰুদ্ধে মন্তব্য কৰিছে নেকি?

শেহতীয়াকৈ বাজেট অধিবেশনৰ এটা ভিডিঅ’ ক্লিপ ছ’চিয়েল প্লেটফৰ্মত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে। য’ত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁ যিকোনো সংৰক্ষণৰ বিৰোধী বুলি কোৱা শুনা গৈছে। তেওঁ কৈছে যে মই কোনো ধৰণৰ সংৰক্ষণ ভাল নাপাওঁ, আৰু বিশেষকৈ চাকৰিত সংৰক্ষণ ভাল নাপাওঁ। অদক্ষতাক প্ৰসাৰিত কৰা যিকোনো পদক্ষেপৰ মই বিৰোধী। ফেচবুক ৰিলছত প্ৰচাৰিত এই ভিডিঅ’ ক্লিপটো ব্যৱহাৰকাৰীসকলে ইয়াক সঁচা বুলি […]

Continue Reading

এই ভিডিঅ’টো মহুৱা মৈত্ৰক সংসদৰ পৰা বহিষ্কাৰ কৰাৰ সময়ৰ নহয়।

যোৱা ৮ ডিচেম্বৰত তৃণমূল কংগ্ৰেছ নেত্ৰী মহুৱা মৈত্ৰক সংসদৰ পৰা বহিষ্কাৰ কৰা হয়। লোকসভাত প্ৰশ্ন উত্থাপন কৰাৰ বাবে ব্যৱসায়ী দৰ্শন হীৰানন্দানীৰ পৰা মহুৱা মৈত্ৰ‌ই উৎকোচ লোৱাৰ অভিযোগ উত্থাপন কৰিছিল সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে। এই বহিষ্কাৰৰ বিৰুদ্ধে মহুৱা মৈত্ৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। এই পটভূমিত মহুৱা মৈত্ৰক আৰক্ষীয়ে টানি লৈ যোৱা এক দৃশ্য চ’চিয়েল মেডিয়াত […]

Continue Reading