ফ্লিপকাৰ্টে সঁচাকৈ বিগ বিলিয়ন ডে উপলক্ষে বিনামূলীয়া পুৰস্কাৰ দিছে নেকি?
অতি শেহতীয়াভাৱে আমাৰ অসমৰ হোৱাটছএপত এটা লিংক বাৰুকৈয়ে ভাইৰেল হোৱা দেখা গৈছে। লিংকটোত কোৱা হৈছে যে অগ্ৰনী ই-কমাৰ্চ প্ৰতিস্থান Flipkartএ তেওঁলোকৰ বিগ বিলিয়ন ডে উপলক্ষে প্ৰাইজ অৰ্থাত বিনামূলীয়া পুৰস্কাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই লিংকটোত ক্লিক কৰি সেই উপহাৰ লাভ কৰিব পাৰিব গ্ৰাহকে। আনকি আমালৈয়ো অনুৰূপ মেছেজ আহিছে সেই লিংকটোৰে সৈতে। Archived Link কিন্তু দাবীটো সত্য […]
Continue Reading