নাগালেণ্ডৰ ডিমাপুৰত দিন দুপৰতে ৰিপোৰ্টাৰক অপহৰণ কৰা হৈছে বুলি কৰা দাবী মিছা।

শেহতীয়াকৈ এজন টিভি ৰিপোৰ্টাৰক দিন দুপৰতে অপহৰণ কৰাৰ এটা ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। এই ভিডিঅ’টো শ্বেয়াৰ কৰি মহিলাৰ সুৰক্ষাৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰা হৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ’টো নাগালেণ্ডৰ ডিমাপুৰৰ। ভাইৰেল পোষ্টটোৰ কেপশ্বন দিয়া হৈছে এইদৰে – “ডিমাপুৰত দিন দুপৰতে ৰিপোৰ্টাৰক অপহৰণ কৰা হৈছে”। Facebook Link | Archived Link আমি […]

Continue Reading

FACT CHECK: এইটো পুৰণি ভিডিঅ’ আৰু নাগালেণ্ডৰ গুলীচালনা ঘটনাৰ সৈতে কোনো সম্পৰ্ক নাই!

যোৱা ৪ ডিচেম্বৰত, নাগালেণ্ডৰ এখন জিলা মনত ১৪ জন সাধাৰণ লোকক গুলীয়াই হত্যা কৰা হৈছিল। সুৰক্ষা বাহিনীয়ে শ্ৰমিকৰ এটা দলৰ ওপৰত গুলী চালনা কৰিছিল যিয়ে তেওঁলোকক বিদ্ৰোহী বুলি ভুলকৈ ধাৰণা কৈছিল। চৰকাৰে এই বিষয়ত এক উচ্চ-পৰ্যায়ৰ তদন্তৰ প্ৰতিশ্ৰুতি দিছে। এই ঘটনাই নাগালেণ্ডত উত্তেজনাৰ সৃষ্টি কৰিছে, যাৰ ফলত চৰকাৰে ৰাজ্যখনত শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে । […]

Continue Reading

FACT CHECK: গণপ্ৰহাৰৰ এই ভিডিওটো অসমৰ নহয়!

Representative Image হাথৰাছ কাণ্ড সংঘটিত হোৱাৰ পিছৰে পৰা এগৰাকী মহিলাৰ ওপৰত চলোৱা যৌন নিৰ্যাতনৰ লগত সংগতি থকা বিভিন্ন পোষ্ট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অসমৰ বাহিৰত অন্য ভাষাত তেনেকুৱা এটা পোষ্ট শ্বেয়াৰ কৰি থকা হৈছে, যিটোৰ ভিডিঅ’ত এজন লোকক এটা দলে আক্ৰমন কৰি তেওঁৰ কাপোৰ কানি ফালি পেলোৱা দেখা গৈছে। ভিডিঅ’টোৰ কেপছনত লিখা হৈছে যে […]

Continue Reading