ৰাম মন্দিৰ নিৰ্মান হ’লে কপিল চিবালে আত্মহত্যা কৰিব বুলি টুইট কৰিছিল নেকি সঁচাকৈ?

সম্প্ৰতি কপিল ছিবালৰ এটা টুইটৰ স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ২০২০ চনৰ ২৯ জুলাইৰ এই টুইটটোত লিখা আছিল যে ৰাম মন্দিৰ নিৰ্মাণৰ কাম শেষ হোৱাৰ পূৰ্বেই কপিল ছিবালে আত্মহত্যা কৰিব। বৰ্তমান ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে কপিল ছিবালে এই কথা টুইট কৰিছিল আৰু এতিয়া তেওঁ যি প্ৰতিশ্ৰুতি দিছিল সেয়া পূৰণ কৰিবলৈ তেওঁক সোঁৱৰাই দিয়াৰ সময় আহি […]

Continue Reading

২০১৪ চনলৈকে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত সঁচাকৈয়ে মাত্ৰ এখনেই দলং আছিলনে?

অলপতে এটা টুইটাৰ একাউণ্টৰ পৰা কৰা টুইট এটা আমাৰ দৃষ্টিগোচৰ হ’ল। টুইটটোত লিখা আছিল এইদৰে “২০১৪ চনলৈকে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মাত্ৰ এখনেই দলং আছিল। এই নদীয়ে উত্তৰ-পূৱক দুভাগত বিভক্ত কৰিছে। যদি শত্ৰুৱে সেই একমাত্ৰ দলঙখন কাটি পেলায়, মিলিটেৰীয়ে কি কৰিব? মানুহৰ সমস্যাবোৰ কল্পনা কৰক। আজি তাত ছখন দলং আছে। সপ্তমখন নিৰ্মাণ হৈ আছে।  লিবাৰেলসকল: ধন্যবাদ […]

Continue Reading

এই স্ক্ৰীনশ্বটকেইটা সঁচাকৈয়ে ড° হিমন্ত বিশ্ব শৰ্মাৰ টুইটৰ হয়নে?

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ দুটা পোষ্ট ফ’ৰৱাৰ্ড কৰা হৈছিল। পোষ্ট দুটা আছিল অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ টুইটৰ স্ক্ৰীনশ্বট। এটা পোষ্ট আছিল এনেধৰণৰ –”কি ভাবিছা গোটেই বছৰ মবাইল টিপি 1st div পাবা HSLC পাছ কৰাই দিয়া হৈছিল বুলি তোমালোক এইবাৰো ভাবিচা পাছ কৰিবা” Archived Link আনটো পোষ্টত লিখা আছিল এইদৰে -“সকলো ছাত্ৰ-ছাত্ৰী কে ৩০ […]

Continue Reading