FACT CHECK: গুজৰাটৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰতৰ জাতীয় পতাকাখন নিষিদ্ধ কৰা খবৰটো ভুল আৰু বিভ্ৰান্তিকৰ

২০২১ চনৰ ২৪ফেব্ৰুৱাৰীত গুজৰাটৰ আহমেদাবাদৰ মটেৰাত নিৰ্মান কৰা বিশ্বৰ সৰ্ববৃহৎ খেলপথাৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামখন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে উদ্বোধন কৰে। শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত দাবী কৰিছে যে ক্ৰিকেট ষ্টেডিয়ামখনৰ ভিতৰলৈ ভাৰতৰ জাতীয় পতাকা লৈ যাবলৈ দিয়া হোৱা নাছিল। তেনেকুৱা এটা পোষ্টৰ কেপছন লিখা হৈছে “নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত “ভাৰতীয় পতাকা”ৰ নিষেধ- আহমদাবাদ ভাৰতৰ বাহিৰত নেকি?”  Original Post: Facebook […]

Continue Reading