FACT CHECK: ভাইৰেল হোৱা স্ক্ৰিনশ্বটত দেখা গো-মাংসৰ পৰা প্ৰাপ্ত উপাদনাসমুহ কেডবেৰী ইণ্ডিয়া ৱেবচাইটৰ নহয়

বিভিন্ন ছোচিয়েল মিডিয়া প্লেটফৰ্মত এটা স্ক্ৰিনশ্বট ভাইৰেল হৈ পৰিছে এই দাবীৰে যে ভাৰতৰ এক মিস্তান্ন উত্পাদক কেডবেৰী ইণ্ডিয়াই তেওঁলোকৰ খাদ্যসমগ্ৰীসমুহত গো-মাংস ব্যৱহাৰ কৰে।  স্ক্ৰিনশ্বটটো কেডবেৰী ৱেবচাইটৰ আৰু তাত লিখা আছেঃ  “অনুগ্ৰহ কৰি মন কৰিব, যদি আমাৰ যিকোনো এটা সামগ্ৰীকে জিলেটিন ব্যৱহাৰ কৰা হয়, আমি ব্যৱহাৰ কৰা সেই জিলেটিন হালাল স্বীকৃতপ্ৰাপ্ত আৰু গো-মাংসৰ পৰা প্ৰাপ্ত।  তালিকাত […]

Continue Reading