মহাৰাষ্ট্ৰৰ লাটুৰত মিলাদ-উন-নৱী উপলক্ষে আয়োজিত বাইক ৰেলীৰ দৃশ্য‌ কংগ্ৰেছ দলৰ নিৰ্বাচনী ৰেলীৰ বুলি ভাইৰেল।

মহাৰাষ্ট্ৰৰ শেহতীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। তেনে এটা পোষ্ট আমাৰ দৃষ্টিগোচৰ হ’ল য’ত এক বাইক ৰেলীৰ ভিডিঅ’ দেখুওৱা হৈছে। ছ’চিয়েল মিডিয়াত ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে এয়া মহাৰাষ্ট্ৰৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী সাজিদ খান মাস্তানৰ নিৰ্বাচনী ৰেলী আৰু এই ৰেলীত বিভিন্ন ৰাষ্ট্ৰৰ মুছলমান সন্ত্ৰাসবাদীৰ পতাকা ব্যৱহাৰ […]

Continue Reading

মল্লিকাৰ্জুন খাৰ্গেই কংগ্ৰেছ দলটো মৰি গৈছে, শেষ হৈ গৈছে বুলি সঁচাকৈ কৈছিল নেকি? সত্যতা জনক। 

শেহতীয়াকৈ অসমৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ এটা মন্তব্য আপলোড কৰি প্ৰচাৰ কৰিছে। সেই ভিডিঅ’টোত দেখা গৈছে যে মাল্লিকাৰ্জুন খাৰ্গেই কৈছে যে “কংগ্ৰেছ পাৰ্টী শেষ হৈ গ’ল, কংগ্ৰেছ পাৰ্টী মৰি গ’ল,কংগ্ৰেছক এতিয়া আৰু কোনেও বচাব নোৱাৰে।” সেই ভিডিঅ’টো আপলোড কৰি ব্যৱহাৰকৰ্তাই কেপছন লিখিছে- এইটো আকৌ কি কলে Facebook Link । Archived […]

Continue Reading

মহেন্দ্ৰ সিং ধোনীয়ে কংগ্ৰেছক ভোট দিবলৈ আহ্বান কৰা নাছিল। কথাত বেলেগ।  

শেহতীয়াকৈ অসমৰ হোৱাটছএপ ব্যৱহাৰকাৰীসকৰ মাজত এখন বিশেষ ফটো ভাইৰেল হৈ পৰা দেখা গৈছে। ভাৰতৰ মহান ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীয়ে নিজৰ দুয়োখন হাত ওপৰলৈ উঠাই হাতৰ আঙুলিৰে কিবা এটা বিশেষ ভংগিমা প্ৰদৰ্শন কৰা দেখা গৈছে ফটোখনত। আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে সেই ফটোখন প্ৰেৰণ কৰি মহেন্দ্ৰ সিং ধোনীয়ে কংগ্ৰেছ দলক ভোট দিবলৈ ইংগিত কৰিছে […]

Continue Reading

কংগ্ৰেছৰ নিৰ্বাচনী প্ৰতীক তথা জৱাহৰলাল নেহৰুৰ পৰিয়াল আৰু ফিৰোজ গান্ধী সম্পৰ্কে ভুৱা তথ্য ভাইৰেল।

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন পোষ্ট চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা গৈছে। এনে সময়তে কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰতীকক লৈও এটা পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। ভাইৰেল পোষ্টটোত কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰতীক সদৃশ এখন হাতৰ ফটো শ্বেয়াৰ কৰা হৈছে। ফটোখনত থকা হাতখন কোনো ধাতুৰে নিৰ্মিত যেন অনুমান হয়। হাতখনৰ ওপৰত আৰবী […]

Continue Reading

এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৪০০ পাৰ কৰিব বুলি মল্লিকাৰ্জুন খৰ্গেয়ে সঁচাকৈয়ে কৈছিল নেকি?

ভাৰতত ১৮ সংখ্যক লোকসভাৰ নিৰ্বাচন ২০২৪ চনৰ এপ্ৰিলৰ পৰা মে’ৰ ভিতৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ৰাজনৈতিক দলসমূহ সেই প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে। ইফালে বিৰোধী নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ এটা ভিডিঅ’ চ’চিয়েল মেডিয়াত দ্ৰুতগতিত শ্বেয়াৰ কৰা হৈছে, য’ত তেওঁ সদনত ভাষণ দিয়া দেখা গৈছে। এই ভিডিঅ’ ক্লিপটো শ্বেয়াৰ কৰাৰ সময়ত দাবী কৰা হৈছে যে […]

Continue Reading

শেহতীয়াকৈ ৰাহুল গান্ধী নেপাললৈ যোৱা বিয়াখনত বিজেপি নেতা জ্যোতিৰাদিত্য সিন্ধিয়াও উপস্থিত আছিল নেকি?

শেহতীয়াকৈ, কংগ্ৰেছ নেতা ৰাহুল গান্ধী নেপালত এখন বিয়াৰ বাবে গৈছিল। সেই সময়ছোৱাত, তেওঁলোকে এটা নাইট ক্লাবলৈও গৈছিল। ইতিমধ্যে সেই নিশাৰ কিছু ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ইয়াৰ পিছত, এতিয়া আন এখন ছবি ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে উক্ত বিয়াখনত বিজেপি নেতা জ্যোতিৰাদিত্য সিন্ধিয়াও উপস্থিত আছিল।  ভাইৰেল হৈ থকা ছবিখনৰ লগতে  […]

Continue Reading