FACT CHECK: ‘ইণ্ডিয়ান অইল’ক আদানী গ্ৰুপক বিক্ৰী কৰি দিয়া হোৱা নাই।
সঘনাই সলনি হৈ থকা ইন্ধনৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত, ছ’চিয়েল মিডিয়াত কোম্পানীসমুহৰ ব্যক্তিগতকৰণৰ বিভিন্ন বাতৰি প্ৰচাৰ হৈ আছে। তাৰে সৰহসংখ্যকেই বিভ্ৰান্তিকৰ। তেনেকুৱা এটা উদাহৰণ হৈছে ইণ্ডিয়ান অইল – আদানী গেছ নামৰ এটা তেল ডিপোৰ এখন ফটো অসমৰ ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। Original Link- Facebook | Archived Link Original Link- Facebook | Archived Link Original Link- Facebook […]
Continue Reading