FACT CHECK: দুখন ফটোৰ এই ক’লাজখন ‘আইএএছ’ পৰীক্ষাত তৃতীয় স্থানপ্ৰাপক মিছ ৰেৱতীৰ নহয়
দুখন ফটোৰে প্ৰস্তুত কৰা এখন ক’লাজৰ সৈতে এটা ফেচবুক পোষ্ট শেহতীয়াভাৱে অসমৰ ফেচবুকত ভাইৰেল হৈ পৰিছে, য’ত উল্লেখ কৰা হৈছে সেইয়া আইএএছৰ পৰীক্ষাত তৃতীয় স্থান প্ৰাপকৰ ফটো বুলি। উক্ত ভাইৰেল পোষ্টটো ৰ বাজি মিনিটত নামৰ ফেচবুক প্ৰফাইল এটাৰ পৰা আপলোড কৰা হৈছে আৰু উক্ত পোষ্টটো বৰ্তমানলৈকে বাৰ শ্বেয়াৰ কৰা হৈছে । এনে ধৰণৰ আন কিছু […]
Continue Reading