সুৰা বিতৰণৰ এই ভিডিঅ’টো শেহতীয়া নহয় বৰং ২০২১ চনৰ পৰাই ইণ্টাৰনেটত উপলব্ধ।

শেহতীয়াকৈ চ’ছিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে বিজেপি দলৰ নিৰ্বাচনী প্ৰতীক থকা গেৰুৱা টুপী আৰু স্কাৰ্ফ পৰিহিত কিছুসংখ্যক ব্যক্তিয়ে সুৰা বিতৰণ কৰি আছে। দাবী কৰা হৈছে যে বিজেপি দলৰ নৱনিযুক্ত সদস্যসকলৰ মাজত এইদৰে সুৰা বিতৰণ কৰা হৈছে। এনেধৰণৰ পোষ্ট আমি ফেচবুকতো পালোঁ। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “বিজেপিৰ কাৰ্য্যকৰ্তা দলৰ […]

Continue Reading

যিসকল শ্ৰমিকে ১৯৯০-২০২০ বৰ্ষৰ মাজত কাম কৰিছিল, তেওঁলোকে ১২০০০০ টকা শ্ৰম ও কৰ্মসংস্থান মন্ত্ৰালয় পৰা পাব লগীয়া আছে নেকি?

সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় তিনি লাখতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৪৫.৩ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ৮১ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰে ২৬৪৯ জনৰ মৃত্যু হৈছে । অসমতো ৮৭জন ৰোগী ইতিমধ্যে […]

Continue Reading