কি পতংক বা পোক কিমান ভয়ংকৰ? কি পৰিস্থিতিত মানুহৰ মৃত্যু পৰ্যন্ত ঘটে। এক সামগ্ৰিক লেখা। 

শেহতীয়াভাবে অসমত এনেকুৱা একাধিক ঘটনা পোহৰলৈ আহিছে, য’ত কোনো অজ্ঞাত পোকে কামোৰাৰ ফলত একাধিক লোক বেয়াকৈ আক্ৰান্ত হৈছে তথা আনকি মৃত্যুৰ মুখতো পৰিছে। বিশেষকৈ এজন যুৱ সাংবাদিক এইদৰে এবিধ পোকে কামোৰাৰ ফলত অসুস্থ হৈ দেহৰ সকলো অংগ বিকল হৈ মৃত্যু হোৱাৰ পাছত এই কথাবোৰ সামাজিক মাধ্যমত বাৰুকৈয়ে আলোচিত হৈছে। বহুলোকে পোকৰ আক্ৰমণত শাৰীৰিকভাৱে ক্ষতিগ্ৰস্থ হোৱাৰ […]

Continue Reading

উত্তৰ প্ৰদেশৰ বিজনৌৰৰ ঘঁৰিয়াল ওলোৱা দৃশ্য গুজৰাটৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে যে এখন গাঁৱৰ ৰাষ্টাৰে এটা ঘঁৰিয়াল গৈ আছে। ঘঁৰিয়ালটোৰ পিছে পিছে চিঞৰ বাখৰ কৰি মানুহ কিছুমান গৈ আছে। এজনে ঘঁৰিয়ালটোক লঠিয়াই দিছে আৰু আতংকিত ঘঁৰিয়ালটোৱে নিজৰ গতি ক্ষীপ্ৰ কৰি আগুৱাইছে। এটা ফেচবুক পেজৰ পৰা এই ভিডিঅ’টো শ্বেয়াৰ কৰি সেয়া গুজৰাটৰ শেহতীয়া দৃশ্য বুলি দাবী […]

Continue Reading

মক্কাৰ ক্লক টাৱাৰৰ এবছৰ পূৰণি ঘটনাৰ দৃশ্যক শেহতীয়া বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে ফেচবুকত। 

শেহতীয়াভাবে অসমত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে।  ফটোখন আপলোড কৰি এটা ফেচবুক পেজে দাবী কৰিছে যে সেয়া মক্কাৰ ক্লক টাৱাৰত হোৱা শেহতীয়া বিজুলী ধেৰেকনীৰ দৃশ্য। ২৯ আগষ্টত ফটোখন আপলোড কৰি সেই দৃশ্য শেহতীয়া বুলি দাবী কৰা হৈছে। ফটোখনৰ ওপৰত লিখি দিয়া হৈছে- মক্কাৰ ক্লক টাৱাৰত বিজুলীৰ চুম্বন। Archived Link  আমি সেই ফটোখনৰ মূল ভিডিঅ’টো […]

Continue Reading

বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক পট পৰিৱৰ্তন আৰু তাৰ পৰিপ্ৰেক্ষিতত অসমৰ সামাজিক মাধ্যমত ভুল,ভুৱা আৰু বিভ্ৰান্তিকৰ তথ্যৰ জোৱাৰ। এক সামগ্ৰিক লেখা। 

শেহতীয়াভাবে বাংলাদেশত হৈ যোৱা ৰাজনৈতিক অস্থিৰতা আৰু পট পৰিৱৰ্তনে অসমৰ সংবাদ জগত আৰু সামাজিক মাধ্যমক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। বিশেষকৈ বাংলাদেশ সম্পৰ্কত ভাইৰেল হৈ পৰা বিভিন্ন ফটো আৰু ভিডিঅ’ ভুৱা বা বিভ্ৰান্তিকৰ হিচাপে পৰিপন্ন হৈছিল। বিভিন্ন মিছা খবৰ বিয়পি কৰিছিল। আনকি সাম্প্ৰদায়িক দিশ সাঙুৰি মিছা আৰু বিভ্ৰান্তিকৰ খবৰ বিয়পি পৰিছিল। তাৰে বিভিন্ন ভুৱা আৰু বিভ্ৰান্তিকৰ খবৰৰ […]

Continue Reading

উদ্ধৱ থাকৰেই ৰাহুল গান্ধীৰ ওচৰত মুৰ দোৱাই হাতজোৰ কৰি শৰণাপন্ন হৈছিল নেকি।

শেহতীয়াভাবে অসমত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে। ফটোখনত দেখা গৈছে যে ৰাহুল গান্ধীৰ সমুখত হাতজোৰ কৰি নতশীৰ হৈ থিয় হৈ আছে উদ্ধৱ থাকৰে। দাবী কৰা হৈছে যে উদ্ধৱ থাকৰেই ৰাহুল গান্ধীৰ ওচৰত শৰণাপন্ন হৈছে।  আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈও এগৰাকী ব্যৱহাৰকাৰীয়ে সেই চিঠিখন প্ৰেৰণ কৰি একেই দাবী উত্থাপন কৰিছে।  Archived Link  কিন্তু এই দাবী সত্য […]

Continue Reading

ৰাজনৈতিক হেঁচাত কলকাতা ধৰ্ষণ-হত্যাকাণ্ডৰ তদন্তকাৰী চিবিআই বিষয়াই পদত্যাগ কৰা বুলি প্ৰচাৰ কৰা চিঠিখন ভুৱা।

শেহতীয়াভাবে অসমত এখন বিশেষ চিঠি ভাইৰেল হৈ পৰিছে। কলকাতাৰ আৰ.জি.কৰ হাস্পতালত সংঘটিত হোৱা ধৰ্ষণ-হত্যাকাণ্ড সন্দৰ্ভত তদন্তৰ বেলিকা ৰাজনৈতিক হেঁচা লাভ কৰাৰ বাবে চিবিআইৰ উপ-পৰিদৰ্শক তথা যুটীয়া আয়ুক্ত ডাঃ আকাশ নাগে পদত্যাগ কৰা বুলি দাবী কৰি সেই চিঠিখন ভাইৰেল কৰা হৈছে। আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈও এগৰাকী ব্যৱহাৰকাৰীয়ে সেই চিঠিখন প্ৰেৰণ কৰি একেই দাবী উত্থাপন কৰিছে।  Archived […]

Continue Reading

ইন্দোনেছিয়াৰ এমাহ পুৰণি ভিডিঅ’ এটাক কলকাতাৰ ধৰ্ষণ-হত্যাৰ ভুক্তভোগীৰ পোষ্টমোৰ্টেম কৰা সময়ৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ ফেচবুকত এটা ভিডিঅ’ বহুলভাৱে প্ৰচাৰ হৈছে। ভিডিঅ’টোত দেখা গৈছে যে কোনো এটা মৃত শৰীৰৰ মুখমণ্ডল স্পৰ্শ কৰি কান্দোনত ভাঙি কৰিছে এগৰাকী ডাক্তৰ আৰু অস্ত্ৰোপচাৰ কক্ষৰ পৰা তেওঁ প্ৰস্থান কৰিছে। সেই ভিডিঅ’টোৰে দাবী কৰা হৈছে যে অতি শেহতীয়াকৈ কলকাতাৰ আৰ.জি.কৰ হাস্পতালত সংঘটিত হোৱা ধৰ্ষণ-হত্যাকাণ্ডৰ ভুক্তভোগীৰ পোষ্টমোৰ্টেম কৰা ডাক্তৰগৰাকীয়েও শোকত ভাঙি পৰিছে আৰু হুকহুকাই কান্দিছে। […]

Continue Reading

২০১৭চনৰে ভিডিঅ’ ভাইৰেল কৰি বিৰাট কোহলীয়ে কলকাতা ধৰ্ষণ-হত্যাকাণ্ডৰ সমালোচনা কৰা বুলি দাবী। 

শেহতীয়াভাবে এটা বিশেষ ভিডিঅ’ অসমৰ হোৱাটছএপত ভাইৰেল হৈ পৰিছে। ভিডিঅ”টোত দেখা গৈছে যে ভাৰতীয় ক্ৰিকেট দলৰ জ্যেষ্ঠ খেলুৱৈ বিৰাট কোহলীয়ে কোনো এটা বিষয়ত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কৈ আছে যে-”এয়া বৰ অশান্তিকৰ, আচৰিত আৰু মই এনেকুৱা এখন সমাজৰ অংশ হিচাপে লজ্জাবোধ কৰিছোঁ। মই ভাবোঁ আমি আমাৰ চিন্তা সলনি কৰিবৰ হৈছে। আমি পুৰুষ আৰু মহিলাক […]

Continue Reading

কলকাতা ধৰ্ষণ-হত্যাকাণ্ডক সৌৰভ গাংগুলীয়ে ‘এটা সাধাৰণ ঘটনা’ বুলি অভিহিত কৰিছে নেকি? সত্যাটো জানক ইয়াত। 

শেহতীয়াভাবে কলকাতাৰ আৰ.জি.কৰ হাস্পতালত সংঘটিত হোৱা ধৰ্ষণ-হত্যাকাণ্ডৰ পাছত সমগ্ৰ দেশতেই ইয়াৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া দেখা পোৱা গৈছে। সামাজিক মাধ্যমত ভুক্তভোগীৰ ন্যায়ৰ দাবীত তথা অভিযুক্তৰ উচিত শাস্তিৰ দাবীক বিভিন্নজনে নিজ নিজ বক্তব্য আগবঢ়াইছে। তেনেকুৱা এক সময়তে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বিচিচিআইৰ প্ৰাক্তন সভাপতি সৌৰভ গাংগুলীৰ এটা বক্তব্য যঠেষ্ট ভাইৰেল হৈছে। দাবী কৰা হৈছে যে গাংগুলীয়ে এই […]

Continue Reading

বাংলাদেশৰ সীমান্তৰে এনেকৈ অসমত সোমাব খুজিছে নেকি অসংখ্য বাংলাদেশীয়ে? সত্যটো কি জানক।

শেহতীয়াভাবে এটা বিশেষ ভিডিঅ’ অসমৰ হোৱাটছএপত ভাইৰেল হৈ পৰিছে।ভিডিঅ”টোত দেখা গৈছে যে কোনো এক সীমান্তত কাইটীয়া তাঁৰৰ দুয়োপাৰে অসংখ্য লোক ভিৰ কৰিছেহি। দাবী কৰা হৈছে যে ভাৰত-বাংলাদেশ সীমান্তৰে এনেকৈ অসংখ্য বাংলাদেশী লোকে অসমত সোমাব খুজিছে।  আমাৰ ফেক্টলাইন নম্বৰ(9049053770)লৈও ভিডিঅ’টো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই একেই দাবী কৰিছিল।   Archived Link কিন্তু এই দাবী সত্য হয়নে? আমি […]

Continue Reading