২০২৩ত গাজাত নিহত লোকৰ বাবেহে এংকৰগৰাকীয়ে এনেকৈ কান্দিছিল। অপাৰেচন সিন্দূৰৰ পাছৰ ভিডিঅ’ নহয় এইটো।

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ একাধিক ফেচবুক পেজ তথা ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া হৈছে ভাৰতে আক্ৰমণ কৰাৰ পাছত পাকিস্তানৰ এগৰাকী টিভি এংকৰে বাতৰিৰি মাজতে এইদৰে কান্দি দিয়াৰ দৃশ্য। Facebook Link Archived Link Facebook Link […]

Continue Reading