২০২২ চনৰ পাটিয়ালাৰ সংঘৰ্ষৰ দৃশ্য বৰ্তমানৰ কৃষক আন্দোলনৰ আক্ৰমণৰ বুলি ভাইৰেল।
শেহতীয়াভাৱে কৃষক সংঘই যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰক তেওঁলোকৰ দাবী পূৰণ কৰিবলৈ বাধ্য কৰাবলৈ দিল্লীলৈ প্ৰতিবাদী সমদল আৰম্ভ কৰে। দেশত চৰ্চাৰ বিষয় হৈ থকা এই কৃষক আন্দোলনৰ পৰিপ্ৰেক্ষিতত অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তত ছোচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ অপব্যাখ্যা আৰু ভুল তথ্যৰে ভাইৰেল হৈ পৰিছে। অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ […]
Continue Reading